তুলু ভাষা
অৱয়ব
| তুলু ভাষা (টুলু) | |
|---|---|
| ತುಳು ಭಾಷೆ | |
| থলুৱা অঞ্চল | ভাৰত |
| অঞ্চল | টুলুনাডু[1][2] মহাৰাষ্ট্ৰ উপসাগৰীয় দেশসমূহ |
| জাতীয়তা | টুলুভা |
ভাষা পৰিয়াল |
দ্ৰাবিড়ীয়
|
| লিখন প্ৰণালী | কন্নড় লিপি তুলু লিপি |
| ভাষা সংকেত | |
| ISO 639-3 | tcy |
| গ্লোটোলগ | tulu1258[3] |
ভাৰতত তুলু ভাষী লোকৰ অৱস্থানচিত্ৰ | |
তুলু (কন্নড় লিপিত : ತುಳು (তুলু)) দ্ৰাবিড়ীয় ভাষা পৰিবাৰৰ এটি ভাষা। এই ভাষাত দুই মিলিয়ন মানুহে কথা পাতে। প্ৰধানকৈ ভাৰতৰ কৰ্ণাটক ৰাজ্যৰ দক্ষিণ-পশ্চিম অংশ আৰু উত্তৰ কেৰালাৰ তুলুনাডু নামে পৰিচিত অংশৰ মানুহে এই ভাষাত কথা পাতে। ২০১১ চনৰ ভাৰতীয় লোকপিয়লৰ প্ৰতিবেদনত ভাৰতত মুঠ ১,৮৪৬,৪২৭ জন স্থানীয় তুলু ভাষী বুলি কোৱা হৈছে। ২০০১ চনৰ লোকপিয়লত মুঠ ১,৭২২,৭৬৮ জন স্থানীয়ভাষী বুলি কোৱা হৈছিল।[4] ভাৰতীয় লোকপিয়লৰ প্ৰতিবেদনত প্ৰায়ে কন্নড় ভাষী হিচাপে গণ্য কৰা হয় বাবে নিজৰ জন্মস্থানৰ পৰা প্ৰব্ৰজন কৰা তুলু ভাষীসকলক গণনা কৰাত কিছু অসুবিধা হয়।[5] ২০০৯ চনৰ তথ্যমতে পৃথিৱীত ৩০-ৰ পৰা ৫০ লাখ মানুহে তুলু ভাষাক মাতৃভাষা হিচাপে ব্যৱহাৰ কৰে।
তুলুনাডু
[সম্পাদনা কৰক]
উপভাষা
[সম্পাদনা কৰক]তুলু ভাষাৰ চাৰিটা উপভাষা আছে, যিবোৰে অতি ঘনিষ্ঠ উচ্চাৰণৰ ৰীতি প্ৰদৰ্শন কৰে।
- সাধাৰণ তুলু
- ব্ৰাম্মণ তুলু
- জৈন কথ্যৰূপ
- গিৰিজান কথ্যৰূপ
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত তুলু ভাষা সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
| ৱিকিপিডিয়া, মুক্ত বিশ্বকোষখনৰ তুলু ভাষাৰ সংস্কৰণ |
| ৱিকিমিডিয়া ইনকুবেটৰত তুলু ভাষাৰ Wiktionaryৰ পৰীক্ষা-নিৰীক্ষা হৈ আছে। |
- All American Tulu Association Library
- Official Website of Karnataka Government's Tulu Academy
- Online Tulu Dictionary
- Tulupedia
- Tuluver.com
- Kopparige Tulu Dictionary
- Tulu Language and Alphabets
তথ্যসূত্ৰ
[সম্পাদনা কৰক]
| ||||||||||||||||||||||||||||||||||||||||||||||||||||||||
- ↑ "আৰ্কাইভ কপি". Archived from the original on 2008-01-17. https://web.archive.org/web/20080117094833/http://www.ciil-ebooks.net/html/piil/acharya1b.html। আহৰণ কৰা হৈছে: 2021-05-06.
- ↑ [1]
- ↑ Hammarström, Harald; Forkel, Robert; Haspelmath, Martin, eds (2017). "তুলু". Glottolog 3.0. প্ৰকাশক Jena, Germany: Max Planck Institute for the Science of Human History. http://glottolog.org/resource/languoid/id/tulu1258.
- ↑ "Census of India - Statement 1". Registrar General & Census Commissioner, India. http://www.censusindia.gov.in/Census_Data_2001/Census_Data_Online/Language/Statement1.htm। আহৰণ কৰা হৈছে: 13 November 2009.
- ↑ Steever, Sanford B (2015). The Dravidian Languages. Routledge. পৃষ্ঠা. 158–163. ISBN 9781136911644.