দিভেহি ভাষা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

দিভেহি ভাষা হ'ল মালদ্বীপৰ ৰাষ্ট্ৰীয় ভাষা। বৰ্তমান বিশ্বত এই ভাষা ব্যাবহাৰকাৰীৰ সংখ্যা প্ৰায় চাৰি লাখ । ইয়াৰে অধিকাংশই মালদ্বীপৰ মানুহ । মালদ্বীপ বাহিৰেও মালয়েচিয়া আৰু মিনিকয় দ্বীপ অন্যতম ।