মালদ্বীপ
মালদ্বীপ প্ৰজাতন্ত্ৰ ދިވެހިރާއްޖޭގެ ޖުމުހޫރިއްޔާ | |
|---|---|
| Anthem: ক্যোৱামি চালাম National Salute | |
ভাৰত মহাসাগৰত অৱস্থান | |
| ৰাজধানী | মালে |
| Largest city | ৰাজধানী |
| Official languages | দিভেহি |
| Ethnic groups (২০১১) | ১০০% মালদ্বীপিয়ানa[1][2][3] |
| ধৰ্ম | ইছলাম |
| Demonym | মালদ্বীপিয়ান |
| Government | গণতন্ত্ৰ |
• ৰাষ্ট্ৰপতি |
আব্দুল্লাহ ইয়ামিন আব্দুল গাইয়ুম |
| স্বাধীনতা | |
• যুক্তৰাজ্যৰ পৰা |
২৬ জুলাই ১৯৬৫ |
| Area | |
• Total | {{convert/numdisp/fracএক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "" |298[4]|এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""|এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""|298[4]}} বৰ্গ কি.মি. (এক্সপ্ৰেছন ত্ৰুটী: অবাঞ্চিত < অপাৰেটৰ বৰ্গ মাইল) (২০৬তম) |
• Water (%) | নগণ্য |
| Population | |
• জুলাই ২০১৩ estimate | ৩,৯৩,৫০০[5] (১৭৫তম1) |
• ২০০৬ census | ২৯৮,৮৪২ |
| GDP (PPP) | ২০১১ estimate |
• Total | $২.৮৪১ বিলিয়ন (১৬২তম) |
• Per capita | $৭,৬৭৫ (৭৯তম) |
| HDI (২০০৪) | Error: Invalid HDI value (৯৮তম) |
| Currency | ৰূফিয়া (MVR) |
| Time zone | UTC+৫ |
| Calling code | +৯৬০ |
| Internet TLD | .mv |
| |
মালদ্বীপ ভাৰত মহাসাগৰৰ এটি দ্বীপ ৰাষ্ট্ৰ। ইয়াৰ ৰাজধানীৰ নাম মালে। দক্ষিণ এছিয় আঞ্চলিক সহযোগিতা সংস্থাৰ সদস্য দেশ। অপৰূপ সৌন্দৰ্য্যৰ লীলাভূমি এই দেশ বিশ্বৰ সবাতোকৈ নিম্ন। পৰ্যটনৰ বাবে বিখ্যাত এই দেশ সমুদ্ৰপৃষ্ঠৰ পৰা সৰ্বোচ্চ উচ্চতা মাত্ৰ ২.৩ মিটাৰ আৰু গড় উচ্চতা মাত্ৰ ১.৫ মিটাৰ। ১২০০ তকৈয়ো বেছি সৰু সৰু দ্বীপেৰে মালদ্বীপ গঠিত।
মালদ্বীপ নাম সম্ভৱতঃ "মালে দিভেহী ৰাজ্য"ৰ পৰা উদ্ভৱ হৈছে। যাৰ অৰ্থ হল মালে অধিকৃত দ্বীপ ৰাষ্ট্ৰ। কিছুমানৰ মতে সংস্কৃত 'মালা দ্বীপা' অৰ্থ দ্বীপ-মাল্য বা 'মহিলা দ্বীপা' অৰ্থ নাৰীসকলৰ দ্বীপৰ পৰা মালদ্বীপ নাম উদ্ভৱ হৈছে। কিন্তু প্ৰাচীন সংস্কৃতত এনেকুৱা কোনো অঞ্চলৰ উল্লেখ পোৱা নাযায়। কিন্তু প্ৰাচীন সংস্কৃতত লক্ষদ্বীপ নামৰ এক অঞ্চলৰ উল্লেখ আছে। লক্ষদ্বীপ বুলিলে মালদ্বীপৰ বাহিৰে লাক্ষাদ্বীপ পুঞ্জ অথবা চাগচ দ্বীপপুঞ্জকো বুজাবলৈ পাৰে। আন এটি মতবাদ হল তামিল ভাষাত 'মালা তিভু' অৰ্থ দ্বীপমাল্যৰ পৰা মালদ্বীপ নামটো উদ্ভৱ হৈছে।
মধ্যযুগত ইবন বটুতা আৰু অন্যান্য আৰৱ পৰ্যটকসকলে এই অঞ্চলক 'মহাল দিবিয়াত' নামে উল্লেখ কৰিছে। আৰৱীত মহালৰ অৰ্থ প্ৰসাদ। বৰ্তমান এই নামটি মালদ্বীপৰ ৰাষ্ট্ৰীয় প্ৰতীকত লিখা হৈছে।
নামকৰণ
[সম্পাদনা কৰক]অৱস্থান
[সম্পাদনা কৰক]শ্ৰীলংকাৰ পৰা আনুমানিক ৪০০ মাইল দক্ষিণ-পশ্চিমে ১০১০টা প্ৰৱাল দ্বীপেৰে মালদ্বীপ গঠিত।
ইতিহাস
[সম্পাদনা কৰক]ৰাজনীতি
[সম্পাদনা কৰক]প্ৰশাসনিক অঞ্চলসমূহৰ
[সম্পাদনা কৰক]প্ৰতিৰক্ষা ব্যৱস্থা
[সম্পাদনা কৰক]অৰ্থনীতি
[সম্পাদনা কৰক]জনসংখ্যা
[সম্পাদনা কৰক]মালদীপৰ জনসংখ্যা প্ৰায় তিনি লক্ষ। শতকৰা ১০০ ভাগ মুছলমান লোকে তাত বসবাস কৰে।[6]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ Levinson, David (1947). Ethnic groups worldwide: a ready reference handbook. Oryx Publishers. ISBN 978-1-57356-019-1. http://books.google.mv/books?id=uwi-rv3VV6cC&q=maldives.
- ↑ Maloney, Clarence. "Maldives People". International Institute for Asian Studies. Archived from the original on 5 June 2013. https://web.archive.org/web/20130605195953/http://www.iias.nl/iiasn/iiasn5/insouasi/maloney.html। আহৰণ কৰা হৈছে: 22 June 2008.
- ↑ "Maldives Enthongraphy". Maldives-ethnography.com. http://www.maldives-ethnography.com/। আহৰণ কৰা হৈছে: 30 June 2010.
- 1 2 "FIELD LISTING :: AREA". CIA World FactbookCIA World Factbook. Archived from the original on 31 January 2014. https://web.archive.org/web/20140131115000/https://www.cia.gov/library/publications/the-world-factbook/fields/2147.html। আহৰণ কৰা হৈছে: 27 January 2016.
- ↑ "Maldives". CIA World Factbook. Archived from the original on 2015-09-18. https://web.archive.org/web/20150918230611/https://www.cia.gov/library/publications//the-world-factbook/geos/mv.html। আহৰণ কৰা হৈছে: 2016-02-17.
- ↑ "বাংলা ৱিকিপিডিয়াৰ পৰা". https://bn.wikipedia.org/wiki/%E0%A6%AE%E0%A6%BE%E0%A6%B2%E0%A6%A6%E0%A7%8D%E0%A6%AC%E0%A7%80%E0%A6%AA। আহৰণ কৰা হৈছে: 5 August 2016.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| মালদ্বীপ প্ৰবন্ধৰ বিষয়ে ৱিকিপিডিয়াৰ ভগ্নী প্ৰকল্পসমূহত অধিক তথ্য চাব পাৰে: | |
| শব্দৰ অৰ্থ ৱিকিঅভিধানত | |
| চিত্ৰ আৰু মিডিয়া কমন্সত | |
| বা-বাতৰি ৱিকিসংবাদত | |
| উক্তিৰ সংগ্ৰহ ৱিকিউক্তিত | |
| কিতাপ, লিখনি আদি ৱিকিউৎসত | |
- Official tourist information
- Presidents Office
- Maldives from UCB Libraries GovPubs
- Maldives from the BBC News
- Key Development Forecasts for the Maldives from International Futures
- Constitution of the Republic of Maldives Archived 2018-07-12 at the Wayback Machine
| |||||||||||||||||||||