২৬ জুলাই

অসমীয়া ৱিকিপিডিয়াৰ পৰা

২৬ জুলাই দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ২০৭ তম (অধিবৰ্ষত ২০৮ তম) দিন। বছৰটো শেষ হ’বলৈ আজিৰ পৰা মুঠ ১৫৮ টা দিন বাকী থাকে। আজিৰ দিনত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

জন্ম[সম্পাদনা কৰক]

  1. ১৮৯৪ চনত প্ৰখ্যাত ইংৰাজ ঔপন্যাসিক আলডুছ হাক্সলীয়ে ইংলেণ্ডত জন্ম লাভ কৰে।

মৃত্যু[সম্পাদনা কৰক]

  1. সু-সাহিত্যিক, শিক্ষাবিদ, সমাজকৰ্মী নাৰায়ণ ঘাটোৱাৰৰ মৃত্যু হয় আজিৰ দিনটোত।

অনান্য[সম্পাদনা কৰক]

  1. আজি মালদ্বীপৰ স্বাধীনতা দিৱস, ১৯৬৫ চনৰ আজিৰ দিনটোতে মালদ্বীপে স্বাধীনতা লাভ কৰে।
  2. আজিৰ দিনটোতে ২০০১ চনত শ্বেৰ বাহাদুৰে নেপালৰ নতুন প্ৰধান মন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰে।
  3. ১৮৫৬ চনত আজিৰ দিনটোত ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰ উদ্যোগত ভাৰতত বিধবা বিবাহ আইন প্ৰচলন হয়।

বাহ্যিক সংযোগ[সম্পাদনা কৰক]