২৬ জুলাই
Jump to navigation
Jump to search
জুলাই | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | ৫ | ৬ | |
৭ | ৮ | ৯ | ১০ | ১১ | ১২ | ১৩ |
১৪ | ১৫ | ১৬ | ১৭ | ১৮ | ১৯ | ২০ |
২১ | ২২ | ২৩ | ২৪ | ২৫ | ২৬ | ২৭ |
২৮ | ২৯ | ৩০ | ৩১ | |||
২০১৯ |
২৬ জুলাই (ইংৰাজী: 26 July) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২০৭তম (অধিবৰ্ষত ২০৮তম) দিন। বছৰ শেষ হ'বলৈ ১৫৮ দিন বাকী থাকে।
জন্ম[সম্পাদনা কৰক]
- ১৮৯৪ চনত প্ৰখ্যাত ইংৰাজ ঔপন্যাসিক আলডুছ হাক্সলীয়ে ইংলেণ্ডত জন্ম লাভ কৰে।
মৃত্যু[সম্পাদনা কৰক]
- সু-সাহিত্যিক, শিক্ষাবিদ, সমাজকৰ্মী নাৰায়ণ ঘাটোৱাৰৰ মৃত্যু হয় আজিৰ দিনটোত।
অনান্য[সম্পাদনা কৰক]
- আজি মালদ্বীপৰ স্বাধীনতা দিৱস, ১৯৬৫ চনৰ আজিৰ দিনটোতে মালদ্বীপে স্বাধীনতা লাভ কৰে।
- আজিৰ দিনটোতে ২০০১ চনত শ্বেৰ বাহাদুৰে নেপালৰ নতুন প্ৰধান মন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰে।
- ১৮৫৬ চনত আজিৰ দিনটোত ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰ উদ্যোগত ভাৰতত বিধবা বিবাহ আইন প্ৰচলন হয়।
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
![]() |
ৱিকিমিডিয়া কমন্সত ২৬ জুলাই সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
|