১২ আগষ্ট
Jump to navigation
Jump to search
আগষ্ট | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ||||
৪ | ৫ | ৬ | ৭ | ৮ | ৯ | ১০ |
১১ | ১২ | ১৩ | ১৪ | ১৫ | ১৬ | ১৭ |
১৮ | ১৯ | ২০ | ২১ | ২২ | ২৩ | ২৪ |
২৫ | ২৬ | ২৭ | ২৮ | ২৯ | ৩০ | ৩১ |
২০১৯ |
১২ আগষ্ট (ইংৰাজী: 12 August) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২২৪তম (অধিবৰ্ষত ২২৫তম) দিন। বছৰ শেষ হ'বলৈ ১৪১ দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
জন্ম[সম্পাদনা কৰক]
- ১৯১৯ চনৰ এই দিনটোতে ভাৰতীয় মহাকাশ বিজ্ঞানী বিক্ৰম সাৰাভাইৰ জন্ম হৈছিল।
- ১৯০৮ চনৰ এই দিনটোতে অসমৰ এগৰাকী বিশিষ্ট প্ৰকৃতিবিদ, চিত্ৰশিল্পী, ফটোগ্ৰাফাৰ তথা তথ্যচিত্ৰ নিৰ্মাতা ৰবীন বেনাৰ্জীৰ জন্ম হৈছিল।
মৃত্যু[সম্পাদনা কৰক]
- ১৬০২ চনৰ এই দিনটোতে আকবৰ নামে খ্যাত অবুল ফজলৰ মৃত্যু হৈছিল।
- ১৮৪৮ চনৰ এই দিনটোতে ৰেলৰ ইঞ্জিনৰ আৱিষ্কাৰক জৰ্জ ষ্টিফেনচনৰ মৃত্যু হৈছিল।
- ১৯৫৫ চনৰ এই দিনটোত প্ৰখ্যাত জাৰ্মান ঔপন্যাসিক তথা সাহিত্যৰ ন'বেল বঁটা বিজয়ী টমাছ মানৰ মৃত্যু হৈছিল।
অনান্য[সম্পাদনা কৰক]
- আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱস (ৰাষ্ট্ৰসংঘ)
- ১৯৩৫ চনৰ এই দিনটোতে প্ৰকাশ হয় অসমীয়া দৈনিক বাতৰি কাকত ‘দৈনিক বাতৰি’ প্ৰকাশিত হয়। ইয়াৰ প্ৰথম সম্পাদক আছিল নীলমণি ফুকন।
- ১৭৬৫ চনৰ এই দিনটোতে বংগৰ গৱৰ্ণৰ জেনেৰেল ৰবাৰ্ট ক্লাইবৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ হৈ দিল্লীৰ সম্ৰাট শ্বাহ আলমৰপৰা বংগ, বিহাৰ, আৰু উৰিষ্যাৰ দেৱানী বা স্বত্ব লাভ কৰে। ইয়েই আছিল ভাৰতৰ ইতিহাসৰ এক গুৰুত্বপূৰ্ণ ঘটনা য’ৰপৰা আৰম্ভ হৈছিল ভাৰতত প্ৰকৃত ইংৰাজ শাসনৰ আৰম্ভণি।
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
![]() |
ৱিকিমিডিয়া কমন্সত ১২ আগষ্ট সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
|