২৫ মে'
নেভিগেশ্যনলৈ যাওক
সন্ধানলৈ যাওক
মে' | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | ৫ | ৬ | ৭ |
৮ | ৯ | ১০ | ১১ | ১২ | ১৩ | ১৪ |
১৫ | ১৬ | ১৭ | ১৮ | ১৯ | ২০ | ২১ |
২২ | ২৩ | ২৪ | ২৫ | ২৬ | ২৭ | ২৮ |
২৯ | ৩০ | ৩১ | ||||
২০২২ |
২৫ মে' (ইংৰাজী: 25 May) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৪৫তম (অধিবৰ্ষত ১৪৬তম) দিন। বছৰ শেষ হ'বলৈ ২২০ দিন বাকী থাকে।
উল্লেখযোগ্য ঘটনাৱলী[সম্পাদনা কৰক]
- ১৮৯৫ - অমিয় কুমাৰ দাস, ভাৰতীয় সমাজ সংস্কাৰক, গান্ধীবাদী নেতা, শিক্ষাবিদ, লেখক আৰু অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী ।(মৃত্যু: ১৯৭৫ চন)
- ২০১৮ - প্ৰধানমন্ত্ৰী শেখ হাছিনা আৰু নৰেন্দ্ৰ মোদীয়ে শান্তি নিকেতনত বাংলাদেশ ভৱন উদ্বোধন কৰে।
জন্ম[সম্পাদনা কৰক]
- ১৮৬৫ - পিটাৰ জেমান, নেদাৰলেণ্ডৰ বিখ্যাত পদাৰ্থবিজ্ঞানী।
- ১৮৯৯ - কাজী নজৰুল ইছলাম, বিদ্ৰোহী কবি, সাহিত্যিক, সম্পাদক, আৰু বাংলাদেশৰ জাতীয় কবি।[1]
- ১৯০৬ - ৰামকিঙ্কৰ বেইজ, ভাৰতৰ পশ্চিমবঙ্গ, বাঁকুড়া জিলাৰ বিখ্যাত ভাস্কৰ।
- ১৯৬৩ - মাইক মায়াৰ্ছ, আমেৰিকান কৌতুকাভিনেতা।
মৃত্যু[সম্পাদনা কৰক]
- ২০০৫ - সুনীল দত্ত (বলৰাজ দত্ত), পদ্মশ্ৰী (১৯৬৮), বোলছবি অভিনেতা, প্ৰয়োজক, পৰিচালক আৰু ৰাজনীতিবিদ, প্ৰাক্তন যুৱ কাৰ্যক্ৰম আৰু ক্ৰীয়া মন্ত্ৰী (২০০৪–২০০৫), জনপ্ৰিয় বোলছবি মাদাৰ ইণ্ডিয়া।
দিৱস[সম্পাদনা কৰক]
- বিশ্ব থাইৰয়ড দিৱস।
বহিঃসংযোগ[সম্পাদনা কৰক]
![]() |
ৱিকিমিডিয়া কমন্সত ২৫ মে' সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- বিবিচিত আজিৰ দিনটো (ইংৰাজী)
- দি নিউইয়ৰ্ক টাইম্ছ: আজিৰ দিনটো (ইংৰাজী)
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
- ↑ সংসদ বাঙালি চৰিতাভিধান, সম্পাদনাঃ সুবোধচন্দ্ৰ সেনগুপ্ত আৰু অঞ্জলি বসু, ১ম খণ্ড, সংশোধিত পঞ্চম সংস্কৰণ, সাহিত্য সংসদ, ২০১০, কলকাতা
|