৯ জুন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
১০ ১১ ১২
১৩ ১৪ ১৫ ১৬ ১৭ ১৮ ১৯
২০ ২১ ২২ ২৩ ২৪ ২৫ ২৬
২৭ ২৮ ২৯ ৩০  

৯ জুন (ইংৰাজী: 9 June) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৬০তম (অধিবৰ্ষত ১৬১তম) দিন। বছৰ শেষ হ'বলৈ ২০৫ দিন বাকী থাকে।

ঘটনাৱলী[সম্পাদনা কৰক]

  • ৬৮ - ৰোমান সম্ৰাট নিৰোৱে আত্মহত্যা কৰিছিল।
  • ১৫৩৫ - স্পেইনৰ সৈন্যবাহিনীয়ে লেটিন আমেৰিকাৰ দেশ পাৰাগুয়ে দখল কৰে।
  • ১৭৫৩ - ভাৰতৰ ত্ৰিচিন'পল্লীৰ (বৰ্তমান তিৰুচিৰাপল্লী) চেৰিংহাম যুদ্ধত (ইংৰাজী: Battle of Seringham or Srirangam.) ইংৰাজৰ হাতত ফৰাচী সকলে আত্মসমৰ্পণ কৰে।
  • ১৯৩১ - প্ৰথম ডোনাল্ড ডাক কাৰ্টুন প্ৰদৰ্শিত হয়।

জন্ম[সম্পাদনা কৰক]

মৃত্যু[সম্পাদনা কৰক]

  • ১৮৭০ - চাৰ্লছ ডিকেন্স, ঊনবিংশ শতিকাৰ অন্যতম শ্ৰেষ্ঠ ইংৰাজ ঔপন্যাসিক। (জ.০৭/০২/১৮১২)
  • ১৯০০ - বিৰছা মুণ্ডা, ভাৰতৰ ৰাঁচি অঞ্চলৰ মুণ্ডা আদিবাসী তথা সমাজ সংস্কাৰক। (জ.১৫/১১/১৮৭৫)
  • ২০১১ - মকবুল ফিদা হুছেইন, ভাৰতৰ জনপ্ৰিয় চিত্ৰশিল্পী। (জ.১৭/০৯/১৯১৫)

দিৱস[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]


বাহ্যিক সংযোগ[সম্পাদনা কৰক]