১৯ মাৰ্চ
অৱয়ব
| মাৰ্চ | ||||||
| দে | সো | ম | বু | বৃ | শু | শ |
| ১ | ২ | ৩ | ৪ | ৫ | ৬ | ৭ |
| ৮ | ৯ | ১০ | ১১ | ১২ | ১৩ | ১৪ |
| ১৫ | ১৬ | ১৭ | ১৮ | ১৯ | ২০ | ২১ |
| ২২ | ২৩ | ২৪ | ২৫ | ২৬ | ২৭ | ২৮ |
| ২৯ | ৩০ | ৩১ | ||||
| ২০২৬ | ||||||
১৯ মাৰ্চ (ইংৰাজী: 19 March) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৭৮তম (অধিবৰ্ষত ৭৯তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৮৭টা দিন বাকী থাকে।
ঘটনাৱলী
[সম্পাদনা কৰক]জন্ম
[সম্পাদনা কৰক]- ১৮১৩ - ডেভিড লিভিংষ্টোন, স্কটিছ চিকিৎসক আৰু মানবতাবাদী।
- ১৯৫৫ - ব্ৰুচ ৱিলিছ, আমেৰিকান অভিনেতা।
- ১৯৮৪ - তনুশ্ৰী দত্ত, ভাৰতীয় অভিনেত্ৰী।
মৃত্যু
[সম্পাদনা কৰক]- ১৯৭৩ - হেমেন গাঙ্গুলী, ভাৰতীয় চলচ্চিত্ৰ প্ৰযোজক।
- ২০০৫ - নৰেন্দ্ৰ চন্দ্ৰ হাজং, অসমীয়া অনাতাঁৰ শিল্পী তথা সংগীত প্ৰযোজক।
- ২০০৬ - গোলাপ বৰবৰা, অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী।
- ২০০৮ - আৰ্থাৰ চি ক্লাৰ্ক, ইংৰাজ লেখক।
- ২০১৮ - কেদাৰনাথ সিং, ভাৰতীয় কবি।
দিৱস
[সম্পাদনা কৰক]তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত ১৯ মাৰ্চ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
| ||||||||||||||||||||||||||||||||||||||||||||