৯ নৱেম্বৰ
অৱয়ব
| নৱেম্বৰ | ||||||
| দে | সো | ম | বু | বৃ | শু | শ |
| ১ | ||||||
| ২ | ৩ | ৪ | ৫ | ৬ | ৭ | ৮ |
| ৯ | ১০ | ১১ | ১২ | ১৩ | ১৪ | ১৫ |
| ১৬ | ১৭ | ১৮ | ১৯ | ২০ | ২১ | ২২ |
| ২৩ | ২৪ | ২৫ | ২৬ | ২৭ | ২৮ | ২৯ |
| ৩০ | ||||||
| ২০২৫ | ||||||
৯ নৱেম্বৰ (ইংৰাজী: 9 November) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৩১৩তম (অধিবৰ্ষত ৩১৪তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৫২টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
ঘটনাৱলী
[সম্পাদনা কৰক]- আজি ন্যায় সেৱা দিৱস।
- ১৯৫৩ কম্বোডিয়াৰ ফ্ৰান্সৰ পৰা স্বাধীনতা লাভ।
- ১৯৯৮ চনৰ আজিৰ দিনটোত গুৱাহাটীত শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰ মুকলি কৰা হয়।[1]
- ২০০০ চনৰ আজিৰ দিনটোত "উত্তৰাখণ্ড" ৰাজ্য গঠন কৰা হয়।[1]
- ২০২২ চনৰ আজিৰ দিনটোতে শ্ৰীযুত ধনঞ্জয় যশৱন্ত চন্দ্ৰচূড়ে ভাৰতবৰ্ষৰ ৫০ সংখ্যক মুখ্য ন্যায়াধীশ ৰূপে শপত গ্ৰহণ কৰে ।
জন্ম
[সম্পাদনা কৰক]- ১৮৭৭ - মহম্মদ ইকবাল, উৰ্দু কবি।[1]
- ১৯৩৪ - কাৰ্ল চাগান, আমেৰিকান জ্যোতিৰ্বিজ্ঞানী।
- ১৯৩৯ - অজয় ঘটক, ভাৰতীয় পদাৰ্থবিজ্ঞানী আৰু পদাৰ্থবিজ্ঞান বিষয়ক পাঠ্যপুথিৰ ৰচক।
- ১৯৫৭ - উদয় উমেশ ললিত, ভাৰতৰ ৪৯তম মুখ্য ন্যায়াধীশ।
মৃত্যু
[সম্পাদনা কৰক]- ১৮৮৩ - মাইলছ ব্ৰনছন , প্ৰথম অসমীয়া " অসমীয়া-ইংৰাজী" অভিধান ৰচয়িতা।
- ১৯৬২ - ধন্দ কেশৱ কৰ্ৱে, ভাৰতীয় সমাজ সংস্কাৰক, অধ্যাপক আৰু লেখক।
- ২০০৩ - পুষ্পলতা দাস , এগৰাকী ভাৰতীয় স্বাধীনতা সংগ্ৰামী, গান্ধীবাদী, সমাজ সংস্কাৰক আৰু ৰাজনৈতিক নেত্ৰী।
- ২০০৫ - কে আৰ নাৰায়ণন, ভাৰতৰ দশম ৰাষ্ট্ৰপতি আৰু নৱমগৰাকী উপৰাষ্ট্ৰপতি।
দিৱস
[সম্পাদনা কৰক]- পতাকা দিৱস (আজেৰবাইজান)।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 1.3 "নিয়মীয়া বাৰ্তা , ৯ নৱেম্বৰ, ২০১৮;". Archived from the original on 2018-12-12. https://web.archive.org/web/20181212120906/http://www.niyomiyabarta.org/09112018/index.php। আহৰণ কৰা হৈছে: 2018-12-30.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত ৯ নৱেম্বৰ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- বিবিচি: এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
- দ্য নিউয়ৰ্ক টাইমচ, এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
| ||||||||||||||||||||||||||||||||||||||||||||