১৪ মাৰ্চ
Jump to navigation
Jump to search
<< | মাৰ্চ | >> | ||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | |||||
৩ | ৪ | ৫ | ৬ | ৭ | ৮ | ৯ |
১০ | ১১ | ১২ | ১৩ | ১৪ | ১৫ | ১৬ |
১৭ | ১৮ | ১৯ | ২০ | ২১ | ২২ | ২৩ |
২৪ | ২৫ | ২৬ | ২৭ | ২৮ | ২৯ | ৩০ |
৩১ | ||||||
২০১৯ |
১৪ মাৰ্চ (ইংৰাজী: 14 March) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৭৩ তম (অধিবৰ্ষত ৭৪ তম) দিন৷ বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৯২ টা দিন বাকী থাকে৷ এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
ঘটনাৰাজী[সম্পাদনা কৰক]
জন্ম[সম্পাদনা কৰক]
- ১৮৭৯ - এলবাৰ্ট আইনষ্টাইন, ন’বেল বটাৰে সন্মানিত প্ৰখ্যাত মাৰ্কিন পদাৰ্থ বিজ্ঞানী।
- ১৯৬৫ - প্ৰখ্যাত হিন্দী চলচ্চিত্ৰ তাৰকা আমিৰ খান।
মৃত্যু[সম্পাদনা কৰক]
- ১৬৮২ - ইয়াকব ভ্যান ৰাইচডেল, সপ্তদশ শতিকাৰ প্ৰখ্যাত ওলন্দাজ চিত্ৰশিল্পী।
- ১৮৮৩ - কাৰ্ল মাৰ্ক্স, প্ৰভাৱশালী জাৰ্মান সমাজ বিজ্ঞানী আৰু মাৰ্ক্সবাদৰ প্ৰবক্তা।
- ১৮৯৯ - হেৰ্মান ষ্টাইন্টল, জাৰ্মান ভাষাতাত্ত্বিক আৰু দাৰ্শনিক।
- ১৯৯৫ - উইলিয়াম আলফ্ৰেড ফোলাৰ, ন’বেল পুৰস্কাৰ বিজয়ী মাৰ্কিন পদাৰ্থবিজ্ঞানী।
দিৱস[সম্পাদনা কৰক]
(১) আজি বিশ্ব পাই দিৱস (গণিত- ৩.১৪ সংখ্যাৰ স্মৰণত) ।
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
![]() |
ৱিকিমিডিয়া কমন্সত ‘১৪ মাৰ্চ’ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- বিবিচি: এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
- দ্য নিউ য়ৰ্ক টাইমচ: এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
|