পাই দিৱস
অৱয়ব
পাই দিৱস | |
---|---|
লেৰী শ্ব, পাই দিৱসৰ জনক | |
মহত্ব | ৩,১ আৰু ৪ হ'ল π ৰ তিনিটা আটাইতকৈ অৰ্থবহ সংখ্যা |
তাৰিখ | ১৪ মাৰ্চ |
উদযাপন | পাই ভোজন, π বিষয়ক আলোচনা[1] |
সম্পৰ্কিত | আপাত পাই দিৱস |
পৰৱৰ্তী তাৰিখ | প্ৰত্যেক বৰ্ষৰ একে দিনাই |
অৱধি | এদিন |
সংঘটন | বাৰ্ষিক |
পাই দিৱস হ'ল গাণিতিক ধ্ৰুবক পাই (π)ৰ এটি বাৰ্ষিক উদযাপন। যিহেতু ৩,১ আৰু ৪ হ'ল π ৰ তিনিটা আটাইতকৈ অৰ্থবহ সংখ্যা, সেয়েহে ১৪ মাৰ্চ তাৰিখে পাই দিৱস পালন কৰা হয়।[2][3] ২০০৯ চনত the United States House of Representatives য়ে পাই দিৱসৰ আখ্যা সমৰ্থন কৰিছিল।[4]
ইতিহাস
[সম্পাদনা কৰক]১৯৮৮ চনত ছানফ্ৰানসিস্কোৰ এটা বিজ্ঞান যাদুঘৰত লেৰী শ্বয়ে পোন প্ৰথমে পাই দিৱস পালন কৰিছিল।[5]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ Landau, Elizabeth (2010-03-12). "On Pi Day, one number 'reeks of mystery'", CNN. Retrieved on 2010-03-14 from http://www.cnn.com/2010/TECH/03/12/pi.day.math/index.html.
- ↑ Bellos, Alex (March 14, 2015). "Pi Day 2015: a sweet treat for maths fans". theguardian.com. https://www.theguardian.com/science/2015/mar/13/pi-day-celebration-maths-fans-language-memory-contests। আহৰণ কৰা হৈছে: March 14, 2016.
- ↑ Program on Sveriges Radio - Swedish national radio company Read 2015-03-14
- ↑ United States. Cong. House. Supporting the designation of Pi Day, and for other purposes. 111th Cong. Library of Congress Archived 2009-08-07 at the Wayback Machine.
- ↑ Berton, Justin (March 11, 2009). "Any way you slice it, pi's transcendental". San Francisco Chronicle. Archived from the original on 2010-08-31. https://web.archive.org/web/20100831092357/http://articles.sfgate.com/2009-03-11/entertainment/17211858_1_pi-day-pi-shrine-einstein-s-birthday। আহৰণ কৰা হৈছে: 2011-03-18.