পাই দিৱস

অসমীয়া ৱিকিপিডিয়াৰ পৰা


পাই দিৱস
পাই দিৱস
লেৰী শ্ব, পাই দিৱসৰ জনক
মহত্ব ৩,১ আৰু ৪ হ'ল π ৰ তিনিটা আটাইতকৈ অৰ্থবহ সংখ্যা
তাৰিখ ১৪ মাৰ্চ
উদযাপন পাই ভোজন, π বিষয়ক আলোচনা[1]
সম্পৰ্কিত আপাত পাই দিৱস
পৰৱৰ্তী তাৰিখ প্ৰত্যেক বৰ্ষৰ একে দিনাই
অৱধি এদিন
সংঘটন বাৰ্ষিক

পাই দিৱস হ'ল গাণিতিক ধ্ৰুবক পাই (π)ৰ এটি বাৰ্ষিক উদযাপন। যিহেতু ৩,১ আৰু ৪ হ'ল π ৰ তিনিটা আটাইতকৈ অৰ্থবহ সংখ্যা, সেয়েহে ১৪ মাৰ্চ তাৰিখে পাই দিৱস পালন কৰা হয়।[2][3] ২০০৯ চনত the United States House of Representatives য়ে পাই দিৱসৰ আখ্যা সমৰ্থন কৰিছিল।[4]

ইতিহাস[সম্পাদনা কৰক]

১৯৮৮ চনত ছানফ্ৰানসিস্কোৰ এটা বিজ্ঞান যাদুঘৰত লেৰী শ্বয়ে পোন প্ৰথমে পাই দিৱস পালন কৰিছিল।[5]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Landau, Elizabeth (2010-03-12). "On Pi Day, one number 'reeks of mystery'", CNN. Retrieved on 2010-03-14 from http://www.cnn.com/2010/TECH/03/12/pi.day.math/index.html.
  2. Bellos, Alex (March 14, 2015). "Pi Day 2015: a sweet treat for maths fans". theguardian.com. https://www.theguardian.com/science/2015/mar/13/pi-day-celebration-maths-fans-language-memory-contests। আহৰণ কৰা হৈছে: March 14, 2016. 
  3. Program on Sveriges Radio - Swedish national radio company Read 2015-03-14
  4. United States. Cong. House. Supporting the designation of Pi Day, and for other purposes. 111th Cong. Library of Congress.
  5. Berton, Justin (March 11, 2009). "Any way you slice it, pi's transcendental". San Francisco Chronicle. http://articles.sfgate.com/2009-03-11/entertainment/17211858_1_pi-day-pi-shrine-einstein-s-birthday। আহৰণ কৰা হৈছে: 2011-03-18. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]