১২ মে'
মে' | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | ৫ | ৬ | |
৭ | ৮ | ৯ | ১০ | ১১ | ১২ | ১৩ |
১৪ | ১৫ | ১৬ | ১৭ | ১৮ | ১৯ | ২০ |
২১ | ২২ | ২৩ | ২৪ | ২৫ | ২৬ | ২৭ |
২৮ | ২৯ | ৩০ | ৩১ | |||
২০২৩ |
১২ মে' (ইংৰাজী: 12 May) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৩২তম (অধিবৰ্ষত ১৩৩তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৩৩টা দিন বাকী থাকে।
ঘটনাৱলী[সম্পাদনা কৰক]
- ১৯৬৫ - বাংলাদেশত হোৱা ঘূৰ্ণিবতাহত ১৭ হাজাৰ লোকৰ প্ৰাণহানি ঘটে।
জন্ম[সম্পাদনা কৰক]
- ১৮৮৭ - শৰৎচন্দ্ৰ গোস্বামী (১৮৮৭-১৯৪৪) অসমৰ এজন শিক্ষাবিদ, সাহিত্যিক, গৱেষক আৰু সুসংগঠক আছিল।
- ১৮২০ - ফ্লোৰেন্স নাইটিংগেল, আধুনিক নাৰ্চিং সেৱাৰ অগ্ৰদূত, লেখিকা আৰু পৰিসংখ্যানবিদ। (মৃত্যু: ১৩ আগষ্ট,১৯১০)
মৃত্যু[সম্পাদনা কৰক]
- ২০২১- হোমেন বৰগোহাঞি, অসমৰ এগৰাকী সাহিত্যিক, সাংবাদিক, সমালোচক, কবি আৰু গল্পকাৰ। ১৯৭৮ চনত পিতা-পুত্ৰ গ্ৰন্থখনৰ বাবে অসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটাৰে সন্মানিত হয়। ২০০১ আৰু ২০০২ চনৰ অসম সাহিত্য সভাৰ ক্ৰমে ডিব্ৰুগড় আৰু কলগাছিয়াৰ অধিৱেশনত সভাপতিৰ পদত অধিষ্ঠিত হৈছিল। (জন্ম: ৭ ডিচেম্বৰ, ১৯৩২)
দিৱস[সম্পাদনা কৰক]
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
![]() |
ৱিকিমিডিয়া কমন্সত ১২ মে' সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
|