৪ ছেপ্টেম্বৰ
Jump to navigation
Jump to search
ছেপ্টেম্বৰ | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | |||
৫ | ৬ | ৭ | ৮ | ৯ | ১০ | ১১ |
১২ | ১৩ | ১৪ | ১৫ | ১৬ | ১৭ | ১৮ |
১৯ | ২০ | ২১ | ২২ | ২৩ | ২৪ | ২৫ |
২৬ | ২৭ | ২৮ | ২৯ | ৩০ | ||
২০২১ |
৪ ছেপ্টেম্বৰ (ইংৰাজী: 4 September) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৪৭তম (অধিবৰ্ষত ২৪৮তম) দিন। বছৰ শেষ হ'বলৈ ১১৮ দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
জন্ম[সম্পাদনা কৰক]
- ১৮২৫ চনৰ এই তাৰিখতে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠাতা তথা স্বাধীনতা আন্দোলনৰ প্ৰথম যুগৰ নেতা দাদা ভাই নৰজীৰ জন্ম হৈছিল। ১৯০৬ চনত কলকাতাত বহা জাতীয় কংগ্ৰেছৰ অধিৱেশনত ‘স্বৰাজ জাতীয় কংগ্ৰেছৰ লক্ষ্য’ বুলি ঘোষণা কৰা হৈছিল।
- ১৯৫২ চনৰ এই তাৰিখতে বলীউদৰ অভিনেতা ঋষি কাপুৰৰ জন্ম হৈছিল।
মৃত্যু[সম্পাদনা কৰক]
- ১৯৬৯ চনৰ এই তাৰিখতে প্ৰসিদ্ধ বিপ্লৱী মুক্তিযুদ্ধা হো-ছি-মিনৰ ৭৯ বছৰ বয়সত মৃত্যু হৈছিল।
- ২০০৪ চনৰ এই তাৰিখতে শিক্ষাবিদ, বিদূষী মহিলা ইন্দিৰা মিৰিৰ মৃত্যু হৈছিল।
অন্যান্য[সম্পাদনা কৰক]
- ১৮৮২ চনৰ এই তাৰিখতে আমেৰিকাত ৰাজহুৱাকৈ বিজুলী বাতিৰ ব্যৱহাৰ আৰম্ভ হৈছিল।
- ১৯৪৬ চনৰ এই তাৰিখতে হেনৰী ফলি নাইট অসমৰ ৰাজ্যপাল হৈছিল।
- ২০০২ চনৰ এই তাৰিখতে অসমীয়া ভাষা বিজ্ঞানসন্মতভাৱে অধ্যয়ন কৰি বিশ্বৰ ভাষা-বিজ্ঞানীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা ভাষা-বিজ্ঞানী ড॰ গোলোক চন্দ্ৰ গোস্বামীক অসম সাহিত্য সভাৰ সন্মানীয় উপাধি সাহিত্যচাৰ্য উপাধি প্ৰদান কৰা হৈছিল।
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
![]() |
ৱিকিমিডিয়া কমন্সত ৪ ছেপ্টেম্বৰ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
|