৩০ মাৰ্চ
অৱয়ব
মাৰ্চ | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ||||||
২ | ৩ | ৪ | ৫ | ৬ | ৭ | ৮ |
৯ | ১০ | ১১ | ১২ | ১৩ | ১৪ | ১৫ |
১৬ | ১৭ | ১৮ | ১৯ | ২০ | ২১ | ২২ |
২৩ | ২৪ | ২৫ | ২৬ | ২৭ | ২৮ | ২৯ |
৩০ | ৩১ | |||||
২০২৫ |
৩০ মাৰ্চ (ইংৰাজী: 30 March) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৮৯তম (অধিবৰ্ষত ৯০তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৭৬টা দিন বাকী থাকে।
ঘটনাৱলী
[সম্পাদনা কৰক]জন্ম
[সম্পাদনা কৰক]- ১৭৪৬ - ফ্ৰান্সিছক' গয়া, স্পেনিছ চিত্ৰকৰ (মৃত্যু: ১৮২৮)।
- ১৮৪৪ - পল ভেৰ্লেন, ফৰাচী কবি (মৃত্যু: ১৮৯৬)।
- ১৮৫৩ - ভিনচেণ্ট ভেন গঘ, ওলন্দাজ চিত্ৰশিল্পী।
- ১৯০৮ - দেৱিকা ৰাণী, ভাৰতীয় অভিনেত্ৰী।
- ১৯০৯ - ললিথাম্বিকা অন্তৰ্জনাম, ভাৰতীয় লেখিকা আৰু সমাজ সংস্কাৰক।
- ১৯৭৯ - ন’ৰা জ’নছ, আমেৰিকান সংগীতজ্ঞ আৰু অভিনেত্ৰী।
- ১৯৮৩ - নিথিন কুমাৰ ৰেড্ডী, ভাৰতীয় অভিনেতা আৰু প্ৰযোজক।
- ২০০০ - লালৰেমচিয়ামী মাৰ, ভাৰতীয় পেছাদাৰী ফিল্ড হকী খেলুৱৈ।
মৃত্যু
[সম্পাদনা কৰক]- ১৬৬৩ - মীৰ জুমলা, মোগল সেনাপতি।
- ১৯৬৪ - বিৰিঞ্চি কুমাৰ বৰুৱা, অসমীয় শিক্ষাবিদ, লেখক, ইতিহাসবিদ, ভাষাবিদ আৰু লোক সংস্কৃতিৰ গৱেষক। (মৃত্যু: ১৬ অক্টোবৰ, ১৯০৮)
- ২০০২ - আনন্দ বক্সী, ভাৰতীয় কবি,গীতিকাৰ আৰু সুৰকাৰ। (জন্ম: ২১ জুলাই, ১৯৩০)
দিৱস
[সম্পাদনা কৰক]- ৰাষ্ট্ৰীয় চিকিৎসক দিৱস (যুক্তৰাষ্ট্ৰ)
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]ৱিকিমিডিয়া কমন্সত ৩০ মাৰ্চ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
|