২৪ এপ্ৰিল
এপ্ৰিল | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ||||||
২ | ৩ | ৪ | ৫ | ৬ | ৭ | ৮ |
৯ | ১০ | ১১ | ১২ | ১৩ | ১৪ | ১৫ |
১৬ | ১৭ | ১৮ | ১৯ | ২০ | ২১ | ২২ |
২৩ | ২৪ | ২৫ | ২৬ | ২৭ | ২৮ | ২৯ |
৩০ | ||||||
২০২৩ |
২৪ এপ্ৰিল (ইংৰাজী: 24 April) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১১৪তম (অধিবৰ্ষত ১১৫তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৫১টা দিন বাকী থাকে।
ঘটনাৱলী[সম্পাদনা কৰক]
জন্ম[সম্পাদনা কৰক]
- ১৯৭৩- শচীন তেণ্ডুলকাৰ, ভাৰতীয় ক্ৰিকেট খেলুৱৈ।
- ১৯৮৭- বৰুণ ধবন, ভাৰতীয় চলচ্চিত্ৰ অভিনেতা।
মৃত্যু[সম্পাদনা কৰক]
- ১৭৩১- ডেনিয়েল ডিফো, ইংৰাজ ব্যৱসায়ী, লেখক, সাংবাদিক আৰু চোৰাংচোৱা।
- ১৯৭২- জৈমিনী ৰায়, ভাৰতীয় চিত্ৰকৰ।
- ১৯৭৪- হিন্দী কবি ৰামধাৰী সিং 'দিনকৰ'।
- ২০১১- সত্য সাই বাবা, ভাৰতীয় নেতা আৰু আধ্যাত্মিক গুৰু। (জন্ম: ২৩ নৱেম্বৰ, ১৯২৬)
ছুটি আৰু অন্যান্য[সম্পাদনা কৰক]
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
![]() |
ৱিকিমিডিয়া কমন্সত ২৪ এপ্ৰিল সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
|