৬ ডিচেম্বৰ
নেভিগেশ্যনলৈ যাওক
সন্ধানলৈ যাওক
৬ ডিচেম্বৰ (ইংৰাজী: 6 December) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩৪০ তম (অধিবৰ্ষত ৩৪১ তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৫টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
ঘটনাৰাজী[সম্পাদনা কৰক]
- ১৯৯২ চনৰ আজিৰ দিনটোত উত্তৰ প্ৰদেশৰ অযোধ্যাত বাবৰি মছজিদ ধ্বংস কৰা হৈছিল।
- ১৭৩২ চনৰ আজিৰ দিনটোতে ভাৰতত ইংৰাজ চৰকাৰৰ প্ৰথম গৱৰ্নৰ জেনেৰেল ৱাৰেন হেষ্টিংছৰ জন্ম হয় অক্সফোৰ্ডৰশ্বায়াৰত।
- ১৮২৩ চনৰ আজিৰ দিনটোতে জাৰ্মান ভাষাতত্ত্ববিদ আৰু প্ৰাচ্যতত্ত্ববিদ মেক্স মূলাৰৰ জন্ম হয়।
- ১৯১৭ চনৰ আজিৰ দিনটোতে ফিনলেণ্ড-এ স্বাধীনতা লাভ কৰে।
- ১৯২৯ চনৰ আজিৰ দিনটোতে তুৰস্কত প্ৰথম বাৰৰ বাবে মহিলাই ভোটাধিকাৰ লাভ কৰে।
- ১৯১১ চনৰ আজিৰ দিনটোতে মংগোলিয়া ৰুছ নিৰাপত্তা অঞ্চলত পৰিণত হয়।
- ১৯৮৯ চনৰ আজিৰ দিনটোতে অষ্টিন ১৯৮৯ নামৰ ধূমকেতুটোৰ আৱিষ্কাৰ হয়।
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
![]() |
ৱিকিমিডিয়া কমন্সত ৬ ডিচেম্বৰ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- বিবিচি: এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
- দ্য নিউ য়ৰ্ক টাইমচ: এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
|