৬ ডিচেম্বৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

৬ ডিচেম্বৰ (6 December) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩৪০ তম (অধিবৰ্ষত ৩৪১ তম) দিন৷ বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৫ টা দিন বাকী থাকে৷ এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

ঘটনাৰাজী[সম্পাদনা কৰক]

  1. ১৯৯২ চনৰ আজিৰ দিনটোত উত্তৰ প্ৰদেশঅযোধ্যাবাবৰি মছজিদ ধ্বংস কৰা হৈছিল।
  2. ১৭৩২ চনৰ আজিৰ দিনটোতে ভাৰতত ইংৰাজ চৰকাৰৰ প্ৰথম গৱৰ্নৰ জেনেৰেল ৱাৰেন হেষ্টিংছৰ জন্ম হয় অক্সফোৰ্ডৰশ্বায়াৰত।
  3. ১৮২৩ চনৰ আজিৰ দিনটোতে জাৰ্মান ভাষাতত্ত্ববিদ আৰু প্ৰাচ্যতত্ত্ববিদ মেক্স মূলাৰৰ জন্ম হয়।
  4. ১৯১৭ চনৰ আজিৰ দিনটোতে ফিনলেণ্ড-এ স্বাধীনতা লাভ কৰে ।
  5. ১৯২৯ চনৰ আজিৰ দিনটোতে তুৰস্কত প্ৰথম বাৰৰ বাবে মহিলাই ভোটাধিকাৰ লাভ কৰে ।
  6. ১৯১১ চনৰ আজিৰ দিনটোতে মংগোলিয়া ৰুছ নিৰাপত্তা অঞ্চলত পৰিণত হয়।
  7. ১৯৮৯ চনৰ আজিৰ দিনটোতে অষ্টিন ১৯৮৯ নামৰ ধূমকেতুটোৰ আৱিষ্কাৰ হয়।

বাহ্যিক সংযোগ[সম্পাদনা কৰক]