২৯ মাৰ্চ
অৱয়ব
| মাৰ্চ | ||||||
| দে | সো | ম | বু | বৃ | শু | শ |
| ১ | ২ | ৩ | ৪ | ৫ | ৬ | ৭ |
| ৮ | ৯ | ১০ | ১১ | ১২ | ১৩ | ১৪ |
| ১৫ | ১৬ | ১৭ | ১৮ | ১৯ | ২০ | ২১ |
| ২২ | ২৩ | ২৪ | ২৫ | ২৬ | ২৭ | ২৮ |
| ২৯ | ৩০ | ৩১ | ||||
| ২০২৬ | ||||||
২৯ মাৰ্চ (ইংৰাজী: 29 March) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৮৮তম (অধিবৰ্ষত ৮৯তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৭৭টা দিন বাকী থাকে।
ঘটনাৱলী
[সম্পাদনা কৰক]- ২০১৫ - অষ্ট্ৰেলিয়াৰ মেলবৰ্ণত একাদশ ক্ৰিকেট বিশ্বকাপৰ ফাইনেল খেল অনুষ্ঠিত হয়। নিউজিলেণ্ডক ৭ উইকেটত পৰাজিত কৰি অষ্ট্ৰেলিয়া ৫ম বাৰৰ বাবে চেম্পিয়ন হয়।
জন্ম
[সম্পাদনা কৰক]- ১৯২৯ - উৎপল দত্ত, ভাৰতীয় অভিনেতা, চলচ্চিত্ৰ পৰিচালক আৰু লেখক।
- ১৯৩৩ - মীনা স্বামীনাথন, ভাৰতীয় শিক্ষাবিদ।
- ১৯৩৯ - জগদীপ, ভাৰতীয় অভিনেতা আৰু কমেডিয়ান।
- ১৯৩৯ - হনুমন্ত সিং, ভাৰতীয় ক্ৰিকেটাৰ।
- ১৯৫৬ - দীপ্তি ফুকন পাটগিৰি, অসমীয়া শিক্ষাবিদ।
- ১৯৯৮ - অদিতি অশোক, ভাৰতীয় পেছাদাৰী গল্ফ খেলুৱৈ আৰু অলিম্পিয়ান।
মৃত্যু
[সম্পাদনা কৰক]- ২০২০ - পৰৱাই মুন্নিয়াম্মা, ভাৰতীয় লোকসংগীত শিল্পী আৰু অভিনেত্ৰী।
- ২০২২ - চাৰ্লছ জেফ্ৰে, বৃটিছ উদ্ভিদবিজ্ঞানী
দিৱস
[সম্পাদনা কৰক]- যুৱ দিৱস (টাইৱান)
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত ২৯ মাৰ্চ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
| ||||||||||||||||||||||||||||||||||||||||||||