২৬ ডিচেম্বৰ
নেভিগেশ্যনলৈ যাওক
সন্ধানলৈ যাওক
২৬ ডিচেম্বৰ (ইংৰাজী: 26 December) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩৬০ তম (অধিবৰ্ষত ৩৬১ তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৫টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -
ঘটনাৰাজী[সম্পাদনা কৰক]
- ২০০৪ চনৰ আজিৰ দিনটোত দক্ষিণ তথা দক্ষিণ-পূব এছিয়াত হোৱা প্ৰলয়ঙ্কাৰী ছুনামিত কমেও দহ হেজাৰ লোকৰ মৃত্যু ঘটে।
জন্ম[সম্পাদনা কৰক]
- ১৭৯১ চনৰ আজিৰ দিনটোত কম্পিউটাৰৰ পিতৃ পুৰুষ হিচাপে জনাজাত চাৰ্লছ বেবেজৰ জন্ম হৈছিল।
- চীনৰ মাওবাদী বিপ্লবৰ নেতা মাও জে দঙৰ ১৮৯৩ চনৰ আজিৰ দিনটোত জন্ম হৈছিল।
মৃত্যু[সম্পাদনা কৰক]
- বৈষ্ণৱ পণ্ডিত তথা শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ প্ৰাক্তন পদাধিকাৰ শ্ৰীযুত কৰুণা কান্ত কলিতা বাপে ২০১৪ চনৰ আজিৰ দিনটোত ইহলীলা সম্বৰণ কৰে।
দিৱস[সম্পাদনা কৰক]
- এই দিনটো খ্ৰীষ্টান ধৰ্মপ্ৰধান দেশ সমূহত বক্সিং ডে' হিচাপে বন্ধ পালন কৰা হয়।
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
![]() |
ৱিকিমিডিয়া কমন্সত ২৬ ডিচেম্বৰ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- বিবিচি: এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
- দ্য নিউয়ৰ্ক টাইমচ, এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
|