২৬ ডিচেম্বৰ
অৱয়ব
ডিচেম্বৰ | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | ৫ | ৬ | ৭ |
৮ | ৯ | ১০ | ১১ | ১২ | ১৩ | ১৪ |
১৫ | ১৬ | ১৭ | ১৮ | ১৯ | ২০ | ২১ |
২২ | ২৩ | ২৪ | ২৫ | ২৬ | ২৭ | ২৮ |
২৯ | ৩০ | ৩১ | ||||
২০২৪ |
২৬ ডিচেম্বৰ (ইংৰাজী: 26 December) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৩৬০তম (অধিবৰ্ষত ৩৬১তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৫টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
ঘটনাৱলী
[সম্পাদনা কৰক]- অসম সাহিত্য সভা প্ৰতিষ্ঠা। প্ৰথমাৱস্থাত ইয়াৰ নাম আছিল অসমীয়া ভাষা উন্নতি সাধিনী সভা।
- ২০০৪ - দক্ষিণ-পূব এছিয়াত হোৱা প্ৰলয়ঙ্কাৰী ছুনামিত কমেও দহ হেজাৰ লোকৰ মৃত্যু।
জন্ম
[সম্পাদনা কৰক]- ১৭৯১ - চাৰ্লছ বেবেজ, কম্পিউটাৰৰ পিতৃ পুৰুষ।
- ১৮৯৩ - মাও জে দঙ, চীনৰ মাওবাদী বিপ্লবৰ নেতা।
- ১৮৯৯ - উধাম সিং, ভাৰতীয় স্বাধীনতা সংগ্ৰামী।
- ১৯১৮ - টি. এ. সৰস্বতী আম্মা, ভাৰতীয় শিক্ষাবিদ, পণ্ডিত, গৱেষক, গণিতজ্ঞ।
- ১৯২৯ - তাৰক মেহতা, ভাৰতীয় লেখক, হাস্যৰসিক, নাট্যকাৰ।
- ১৯৮৫ - উদয়ন দুৱৰা, ভাৰতীয় চলচ্চিত্ৰ অভিনেতা।
মৃত্যু
[সম্পাদনা কৰক]- ১৯৮১ - সাৱিত্ৰী গনেশান, ভাৰতীয় অভিনেত্ৰী, গায়িকা, নৃত্যশিল্পী, পৰিচালক আৰু প্ৰযোজক।
- ১৯৮৬ - বীণা দাস, ভাৰতীয় স্বাধীনতা সংগ্ৰামী।
- ১৯৯৯ - শঙ্কৰ দয়াল শৰ্মা, ভাৰতৰ নৱম ৰাষ্ট্ৰপতি।
- ২০১৪ - কৰুণা কান্ত কলিতা, বৈষ্ণৱ পণ্ডিত তথা শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ প্ৰাক্তন পদাধিকাৰ।
দিৱস
[সম্পাদনা কৰক]- বক্সিং দিৱস (কমন্ৱেল্থ ৰাষ্ট্ৰসমূহ)।
- পিতৃ দিৱস (বুলগেৰিয়া)।
- স্বাধীনতা আৰু একতা দিৱস (শ্লোভেনিয়া)।
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]ৱিকিমিডিয়া কমন্সত ২৬ ডিচেম্বৰ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- বিবিচি: এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
- দ্য নিউয়ৰ্ক টাইমচ, এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
|