১৯ ডিচেম্বৰ
নেভিগেশ্যনলৈ যাওক
সন্ধানলৈ যাওক
১৯ ডিচেম্বৰ (ইংৰাজী: 19 December) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩৫৩ তম (অধিবৰ্ষত ৩৫৪ তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মাথোঁ বাৰদিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -
ঘটনাৰাজী[সম্পাদনা কৰক]
- ১৯০২ চনৰ আজিৰ দিনটোতে অনুসন্ধানত প্ৰথম ফিংগাৰ প্ৰিণ্টৰ ব্যৱহাৰ কৰা হয়। [1]
জন্ম[সম্পাদনা কৰক]
- ১৯৩৪ চনৰ আজিৰ দিনটোত প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰতিভা পাটিলৰ জন্ম হৈছিল।[1]
- ১৮৭৩ চনৰ আজিৰ দিনটোত ভাৰতীয় বিজ্ঞানী উপেন্দ্ৰ নাথ ব্ৰহ্মচাৰীৰ জন্ম হৈছিল।[1]
- ১৯৬৯ চনৰ আজিৰ দিনটোত ক্ৰিকেটাৰ নয়ন মংগিয়াৰ জন্ম হৈছিল।[1]
মৃত্যু:-[সম্পাদনা কৰক]
🔹১৯২৭ - আশফাকুল্লা খান ভাৰতীয় স্বাধীনতা আন্দোলনৰ এগৰাকী ভাৰতীয় স্বাধীনতা কৰ্মী আৰু হিন্দুস্তান ছ'চিয়েলিষ্ট ৰিপাব্লিকান এছ'চিয়েচনৰ সহ-প্ৰতিষ্ঠাপক আছিল। ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ বাবে ফাঁচী দিয়া আটাইতকৈ কম বয়সীয়াল ব্যক্তি আছিল আশফাকুল্লা খান।
দিৱস[সম্পাদনা কৰক]
তথ্যসূত্ৰ[সম্পাদনা কৰক]
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
![]() |
ৱিকিমিডিয়া কমন্সত ১৯ ডিচেম্বৰ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- বিবিচি: এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
- দ্য নিউয়ৰ্ক টাইমচ, এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
|