২৪ ফেব্ৰুৱাৰী
Jump to navigation
Jump to search
ফেব্ৰুৱাৰী | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | ৫ | ৬ | |
৭ | ৮ | ৯ | ১০ | ১১ | ১২ | ১৩ |
১৪ | ১৫ | ১৬ | ১৭ | ১৮ | ১৯ | ২০ |
২১ | ২২ | ২৩ | ২৪ | ২৫ | ২৬ | ২৭ |
২৮ | ||||||
২০২১ |
২৪ ফেব্ৰুৱাৰী (ইংৰাজী: 24 February) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৫৫তম (অধিবৰ্ষত ৫৬তম) দিন। বছৰ শেষ হ'বলৈ ৩১০ দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -
জন্ম[সম্পাদনা কৰক]
- ১৯৬১ চনৰ আজিৰ দিনটোত অসমীয়া প্ৰতিদিনৰ ভূতপূৰ্ব সম্পাদক তথা সাংবাদিক পৰাগ কুমাৰ দাসৰ জন্ম হৈছিল।
মৃত্যু[সম্পাদনা কৰক]
- ২০১৮ চনৰ আজিৰ দিনটোত বলীউদৰ অভিনেত্ৰী শ্ৰীদেৱীৰ মৃত্যু হৈছিল।
অন্যান্য[সম্পাদনা কৰক]
- ১৮২৬ চনৰ আজিৰ দিনটোত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত কৰা হৈছিল।