২৪ ফেব্ৰুৱাৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
১০ ১১ ১২ ১৩
১৪ ১৫ ১৬ ১৭ ১৮ ১৯ ২০
২১ ২২ ২৩ ২৪ ২৫ ২৬ ২৭
২৮  

২৪ ফেব্ৰুৱাৰী (ইংৰাজী: 24 February) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৫৫তম (অধিবৰ্ষত ৫৬তম) দিন। বছৰ শেষ হ'বলৈ ৩১০ দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -

জন্ম[সম্পাদনা কৰক]

  1. ১৯৬১ চনৰ আজিৰ দিনটোত অসমীয়া প্ৰতিদিনৰ ভূতপূৰ্ব সম্পাদক তথা সাংবাদিক পৰাগ কুমাৰ দাসৰ জন্ম হৈছিল।

মৃত্যু[সম্পাদনা কৰক]

  1. ২০১৮ চনৰ আজিৰ দিনটোত বলীউদৰ অভিনেত্ৰী শ্ৰীদেৱীৰ মৃত্যু হৈছিল।

অন্যান্য[সম্পাদনা কৰক]

  1. ১৮২৬ চনৰ আজিৰ দিনটোত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত কৰা হৈছিল।

বাহ্যিক সংযোগ[সম্পাদনা কৰক]