২৯ জানুৱাৰী
নেভিগেশ্যনলৈ যাওক
সন্ধানলৈ যাওক
জানুৱাৰী | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | |||||
৩ | ৪ | ৫ | ৬ | ৭ | ৮ | ৯ |
১০ | ১১ | ১২ | ১৩ | ১৪ | ১৫ | ১৬ |
১৭ | ১৮ | ১৯ | ২০ | ২১ | ২২ | ২৩ |
২৪ | ২৫ | ২৬ | ২৭ | ২৮ | ২৯ | ৩০ |
৩১ | ||||||
২০২১ |
২৯ জানুৱাৰী হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৯তম দিন। বছৰ শেষ হ'বলৈ ৩৩৬ দিন (অধিবৰ্ষত ৩৩৭ দিন) বাকী থাকে।
উল্লেখযোগ্য ঘটনা[সম্পাদনা কৰক]
- ১৯৯৬ - ভেনিছৰ লা ফেনিছ অপেৰা হাউছ অগ্নিকাণ্ডত জাহ যায়।
- ২০১৫ - মালয়েছিয়াৰ সন্ধানহীন হোৱা মালয়েছিয়া এয়াৰলাইন্স ফ্লাইট ৩৭০ক দুৰ্ঘটনা হিচাপে ঘোষণা কৰে আৰু ইয়াৰ সকলো যাত্ৰী আৰু কৰ্মচাৰীক মৃত হিচাপে ঘোষণা কৰে।
জন্ম[সম্পাদনা কৰক]
- ১৮৪৩ - উইলিয়াম মেকিনলি, আমেৰিকা যুক্তৰাষ্ট্ৰৰ ২৫তম ৰাষ্ট্ৰপতি।
- ১৮৬০ - আণ্টন চেখভ|আণ্টন পাভলোভিচ চেখভ, ৰুছ চিকিৎসক, চুটী-গল্পকাৰ আৰু নাট্যকাৰ।
- ১৯২৬ - আব্দুছ ছালাম, ন'বেল পুৰস্কাৰ বিজয়ী এজন পাকিস্তানী তত্ত্বীয় পদাৰ্থবিজ্ঞানী।
মৃত্যু[সম্পাদনা কৰক]
- ১৮৮৯ - উছিপ জেটকিন, এজন ৰুছ বিপ্লৱী আৰু সমাজতান্ত্ৰিক নেতা।
- ১৯৭৬ - অচিন্ত্যকুমাৰ সেনগুপ্ত, বাঙালী সাহিত্যিক।
- ২০১৯ - জৰ্জ ফাৰ্নাণ্ডেজ, ভাৰতৰ প্ৰাক্তন প্ৰতিৰক্ষা মন্ত্ৰী।
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
- বিবিচি: আজিৰ দিনটো (ইংৰাজী)
- দি নিউইৰ্ক টাইমছ্: আজিৰ দিনটো (ইংৰাজী)
|