সমললৈ যাওক

১৫ এপ্ৰিল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
১০১১
১২১৩১৪১৫১৬১৭১৮
১৯২০২১২২২৩২৪২৫
২৬২৭২৮২৯৩০  

১৫ এপ্ৰিল (ইংৰাজী: 15 April) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১০৫তম (অধিবৰ্ষত ১০৬তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৬০টা দিন বাকী থাকে।

উল্লেখযোগ্য ঘটনাৱলী

[সম্পাদনা কৰক]
  • ১৬৮৯ – ফ্ৰান্সে স্পেইনৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে।
  • ১৮৯৫ - ৰায়গড় দুৰ্গত বাল গংগাধৰ তিলকে শিৱাজী মহোৎসৱৰ শুভাৰম্ভ কৰে।
  • ১৯২৩ – ডায়েবেটিছ ৰোগীৰ বাবে বজাৰত ইনচুলিন উপলব্ধ হয়।
  • ১৯২৭ – তেতিয়াৰ ছোভিয়েট ইউনিয়ন আৰু ছুইজাৰলেণ্ডে কূটনৈতিক সম্পৰ্ক স্থাপনৰ বাবে সন্মত হয়।
  • ১৯৪৮ - হিমাচল প্ৰদেশ ৰাজ্য প্ৰতিষ্ঠা ।
  • ১৯৫৫ – আমেৰিকাই নেভাদা পৰীক্ষণ স্থানত পাৰমাণৱিক পৰীক্ষা চলায়।
  • ১৯৯৪ – ভাৰতকে ধৰি ১০৯খন দেশে ‘GATT’ চুক্তি গ্ৰহণ কৰে।
  • ২০০০ - হাভানাত সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ সহযোগিতাৰ আহ্বান জনাই “জি-৭৭ শীৰ্ষ সন্মিলন” অনুষ্ঠিত হয়।
  • ২০০৩ – ব্ৰিটেইনত আইৰিছ ৰিপাব্লিকান আৰ্মীয়ে অস্ত্ৰ বিৰতি সিদ্ধান্ত লয়।
  • ২০০৪ – ৰাজীৱ গান্ধী হত্যাকাণ্ডৰ সৈতে জড়িত এল টি টি ইৰ উগ্ৰপন্থী ভি মুৰালীধৰণক কলম্বোত হত্যা কৰা হয়।
  • ২০১২ – পাকিস্তানৰ এখন কাৰাগাৰত আক্ৰমণৰ পিছত ৪০০ সন্ত্ৰাসবাদী পলায়ন কৰে।
  • ২০১৩ - ইৰাকত সংঘটিত হোৱা বোমা বিস্ফোৰণত ৩৫ জন লোক নিহত হোৱাৰ লগতে ১৬০ জন আহত হয়।
  • ২০২৫পেৰিছত নট্ৰে-ডেম গীৰ্জা দুৰ্বৃত্তসকলে আক্ৰমণ কৰি ক্ষতিসাধন কৰে।[1]
  • ১৮৬৫ - আব্ৰাহাম লিংকন, মাৰ্কিন ৰাষ্ট্ৰপতি (আততায়ীৰ গুলিত নিহত হয়)। (জন্ম: ১৮০৯)
  • ১৯৭৩ - প্ৰভাৱতী দেৱী, ভাৰতৰ স্বাধীনতা সংগ্ৰামী।
  • ১৯৮৫- শম্ভুনাথ দে, ভাৰতীয় চিকিৎসা বিজ্ঞানী আৰু গৱেষক ।
  • ২০১৫ - বিদ্যুৎ চক্ৰৱৰ্তী, অসমীয়া চলচ্চিত্ৰৰ অভিনেতা আৰু চলচ্চিত্ৰ আৰু মঞ্চ নাটকৰ পৰিচালক। (জন্ম: ১ জানুৱাৰী, ১৯৬০ )
  • সাৰ্বজনীন সংস্কৃতি দিৱস (আন্তৰ্জাতিক)
  • বিশ্ব কলা দিৱস (আন্তৰ্জাতিক)

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "Notre-Dame cathedral suffers new attack" (en ভাষাত). France 24. https://www.france24.com/en/live-news/20250415-notre-dame-cathedral-suffers-new-attack আহৰণ কৰা হৈছে: 28 April 2025.


বাহ্যিক সংযোগ

[সম্পাদনা কৰক]