৩ মাৰ্চ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
১০ ১১ ১২ ১৩
১৪ ১৫ ১৬ ১৭ ১৮ ১৯ ২০
২১ ২২ ২৩ ২৪ ২৫ ২৬ ২৭
২৮ ২৯ ৩০ ৩১  

৩ মাৰ্চ গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসৰি বছৰৰ ৬১ তম (অধিবৰ্ষত ৬২ তম) দিন।

ঘটনাৱলী[সম্পাদনা কৰক]

  • ১৯৬৯ - ভাৰতত প্ৰথম দ্ৰুতগামী ৰাজধানী এক্সপ্ৰেছ ৰেল (হাওড়া আৰু নতুন দিল্লীৰ মাজত) আৰম্ভ হয়।

জন্ম[সম্পাদনা কৰক]

  • ১৮৩৯ - ভাৰতৰ মহান উদ্যোগপতি আৰু টাটা গ্ৰুপৰ সংস্থাপক জামশেদজী টাটাৰ জন্ম। (মৃত্যু: ১৯০৪)
  • ১৮৪৭ - আলেকজাণ্ডাৰ গ্ৰাহাম বেল, স্কটিছ বিজ্ঞানী আৰু উদ্ভাৱক। (মৃত্যু: ১৯২২)

মৃত্যু[সম্পাদনা কৰক]

দিৱস[সম্পাদনা কৰক]

  • বিশ্ব জন্ম-ত্ৰুটি দিৱস।
  • বিশ্ব বন্যপ্ৰাণী দিৱস।
  • বিশ্ব শ্ৰবণ দিৱস।
  • আন্তৰ্জাতিক কৰ্ণসেৱা দিৱস।
  • বিশ্ব কিতাপ দিৱস।

বাহ্যিক সংযোগ[সম্পাদনা কৰক]



তথ্য সংগ্ৰহ[সম্পাদনা কৰক]