২৪ ডিচেম্বৰ
Jump to navigation
Jump to search
২৪ ডিচেম্বৰ (ইংৰাজী: 24 December) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩৫৮ তম (অধিবৰ্ষত ৩৫৯ তম) দিন৷ বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৭ টা দিন বাকী থাকে৷ এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -
জন্ম[সম্পাদনা কৰক]
- ১৯২৪ চনৰ আজিৰ দিনটোত গায়ক মহম্মদ ৰফিৰ জন্ম হৈছিল।
- ১৯৪২ চনৰ আজিৰ দিনটোত লখিমপুৰ জিলাৰ ধলপুৰত অভিনেতা ইন্দ্ৰ বণিয়াই জন্মগ্ৰহণ কৰিছিল।
মৃত্যু[সম্পাদনা কৰক]
- আজিৰ দিনটোত অসমৰ এগৰাকী বিখ্যাত কবি, লেখিকা নলিনীবালা দেৱীৰ মৃত্যু হৈছিল