সমললৈ যাওক

আগষ্ট

অসমীয়া ৱিকিপিডিয়াৰ পৰা
১০১১১২১৩১৪১৫
১৬১৭১৮১৯২০২১২২
২৩২৪২৫২৬২৭২৮২৯
৩০৩১  

আগষ্ট গ্ৰেগৰিয়ান বৰ্ষপঞ্জী বা খ্ৰীষ্টিয় বৰ্ষপঞ্জী অনুসৰি বছৰৰ অষ্টম মাহ। এই মাহত মুঠ ৩১ দিন।

ৰোমান সম্ৰাট আগষ্টাচৰ সন্মানত এই মাহৰ নামকৰণ কৰা হয় আগষ্ট।

  • আন্তৰ্জাতিক যুৱ দিৱস : ১২ আগষ্ট
  • স্বাধীনতা দিৱস (ভাৰত) : ১৫ আগষ্ট
  • আন্তৰ্জাতিক মানৱতা দিৱস : ১৯ আগষ্ট

তথ্যসূত্ৰ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]