সমললৈ যাওক

২৯ অক্টোবৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
১০
১১১২১৩১৪১৫১৬১৭
১৮১৯২০২১২২২৩২৪
২৫২৬২৭২৮২৯৩০৩১

২৯ অক্টোবৰ (ইংৰাজী: 29 October) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৩০২তম (অধিবৰ্ষত ৩০৩তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৬৩টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

ঘটনাৱলী

[সম্পাদনা কৰক]
  • ১৯২৩ - তুৰস্কক গণতান্ত্ৰিক ৰাষ্ট্ৰ ৰূপে ঘোষণা কৰা হয়। ইস্তানবুলৰ পৰা আংকাৰালৈ দেশখনৰ ৰাজধানী স্থানান্তৰিত কৰা হয়।
  • ১৯০৮ - যক্ষ্মা ৰোগৰ প্ৰতিষেধক ছিটা বি চি জি আবিস্কাৰ কৰা হৈছিল।
  • ২০০২ - ভাৰতৰ দশম পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভ হয়।

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]