১১ আগষ্ট

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
১০ ১১ ১২ ১৩ ১৪
১৫ ১৬ ১৭ ১৮ ১৯ ২০ ২১
২২ ২৩ ২৪ ২৫ ২৬ ২৭ ২৮
২৯ ৩০ ৩১  

১১ আগষ্ট (ইংৰাজী: 11 August) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২২৩তম (অধিবৰ্ষত ২২৪তম) দিন। বছৰ শেষ হ'বলৈ ১৪২ দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

জন্ম[সম্পাদনা কৰক]

  1. বিশিষ্ট চিকিৎসা বিজ্ঞানী খ্ৰীষ্টিয়ান আইজেকমেনৰ নেদাৰলেণ্ডত জন্ম হয় এই দিনটোতে। ১৯২৯ চনত তেওঁ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল।

মৃত্যু[সম্পাদনা কৰক]

অনান্য[সম্পাদনা কৰক]

  1. ১৯৯৮ চনৰ এই দিনটোতে নগাঁৱৰ থেকেৰাগুৰিৰ তৈলভাণ্ডাৰত বিস্ফোৰণ ঘটি বিস্তৰ ক্ষতিসাধন হয়।
  2. ভাৰতৰ ত্ৰয়োদশ উপ-ৰাষ্ট্ৰপতি ৰূপে মহম্মদ হামিদ আনছাৰীয়ে শপত গ্ৰহণ কৰে ২০০৭ চনৰ এই দিনটোতে।
  3. ১৮৬০ চনত এই দিনটোতে আলাউদ্দিনৰ বাহমণি সাম্ৰাজ্য প্ৰতিষ্ঠ হয়।
  4. ১৯৬১ চনৰ এই দিনটোতে দাদৰ আৰু নগৰ হাভেলীৰ ভাৰতৰত কেন্দ্ৰীয় শাসিত অঞ্চল ৰূপে স্বীকৃতি লাভ কৰে।
  5. ১৯৯৯ চনৰ এই দিনটোতেই ঘটিছিল পূৰ্ণাগ্ৰাহ সূৰ্য গ্ৰহণ।

বাহ্যিক সংযোগ[সম্পাদনা কৰক]