৬ আগষ্ট

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
১০ ১১ ১২ ১৩ ১৪ ১৫
১৬ ১৭ ১৮ ১৯ ২০ ২১ ২২
২৩ ২৪ ২৫ ২৬ ২৭ ২৮ ২৯
৩০ ৩১  

৬ আগষ্ট (ইংৰাজী: 6 August) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২১৮তম (অধিবৰ্ষত ২১৯তম) দিন। বছৰ শেষ হ'বলৈ ১৪৭ দিন বাকী থাকে। আজিৰ দিনত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

জন্ম[সম্পাদনা কৰক]

  1. ১৯৩৩ – এ. জি. কৃপাল সিং, ভাৰতীয় ক্ৰিকেটাৰ (মৃত্যু ১৯৮৭)

মৃত্যু[সম্পাদনা কৰক]

  1. ১৯৯৭ চনৰ আজিৰ দিনটোতে প্ৰথমজন অসমীয়া জ্ঞানপীঠ বঁটা বিজয়ী, সাহিত্যিক -ঔপন্যাসিক ড॰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ মৃত্যু হৈছিল।
  2. ২০০৩ চনৰ আজিৰ দিনটোতে অসমৰ এগৰাকী বিশিষ্ট প্ৰকৃতিবিদ, চিত্ৰশিল্পী, ফটোগ্ৰাফাৰ তথা তথ্যচিত্ৰ নিৰ্মাতা ৰবীন বেনাৰ্জীৰ মৃত্যু হৈছিল।
  3. ২০১৬ চনৰ আজিৰ দিনটোতে অসমৰ এজন গল্পকাৰ, কবি আৰু সাহিত্যিক তথা শিক্ষাবিদ মহিম বৰাৰ মৃত্যু হৈছিল।

অনান্য[সম্পাদনা কৰক]

  1. ১৯৪৫ চনৰ আজিৰ দিনটোত আমেৰিকাজাপানৰ হিৰোচিমাত পৰমাণু বোমা নিক্ষেপ কৰিছিল।

বাহ্যিক সংযোগ[সম্পাদনা কৰক]