১৯ এপ্ৰিল
এপ্ৰিল | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ||||||
২ | ৩ | ৪ | ৫ | ৬ | ৭ | ৮ |
৯ | ১০ | ১১ | ১২ | ১৩ | ১৪ | ১৫ |
১৬ | ১৭ | ১৮ | ১৯ | ২০ | ২১ | ২২ |
২৩ | ২৪ | ২৫ | ২৬ | ২৭ | ২৮ | ২৯ |
৩০ | ||||||
২০২৩ |
১৯ এপ্ৰিল (ইংৰাজী: 19 April) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১০৯তম (অধিবৰ্ষত ১১০তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৫৬টা দিন বাকী থাকে।
ঘটনাৱলী[সম্পাদনা কৰক]
- ১৭৭৫ - আমেৰিকাৰ স্বাধীনতা যুদ্ধ আৰম্ভ।
- ১৮৩৯ - লণ্ডন চুক্তিৰ মাধ্যমত বেলজিয়ামৰ স্বাধীনতা লাভ।
- ১৯১৯ - আন্তৰ্জাতিক শ্ৰম সংস্থা প্ৰতিষ্ঠা।
- ১৯৪৮ - ম্যানমাৰে ৰাষ্ট্ৰসংঘত যোগদান কৰে।
- ১৯৭৫ - ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহ আৰ্যভট্ট উৎক্ষেপন কৰে।
জন্ম[সম্পাদনা কৰক]
- ১৯৫৭ – মুকেশ আম্বানী, ভাৰতীয় ব্যৱসায়ী, ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ চেয়াৰমেন আৰু বৰ্তমান এচিয়াৰ ধনী ব্যক্তি।
- ১৯৭৭ – অঞ্জু ববী জৰ্জ, ভাৰতীয় লং (দীঘল) জাম্পাৰ।
- ১৯৮৭ – মাৰিয়া ছাৰাপোভা, ৰুছ টেনিছ খেলুৱৈ।
মৃত্যু[সম্পাদনা কৰক]
- ১৮২৪ - লৰ্ড বায়ৰন, এংলো-স্ক'টিছ কবি।
- ১৮৮২ - চাৰ্লছ ডাৰউইন, ইংৰাজ জীৱবিজ্ঞানী। তেখেতে প্ৰথম বিৱৰ্তনবাদৰ ধাৰণা দিয়ে। (জন্ম: ১৮০৯)
- ১৯০৬ - পিয়েৰ ক্যুৰি, নোবেল পুৰস্কাৰ বিজয়ী ফৰাচী পদাৰ্থবিজ্ঞানী। (জন্ম: ১৮৫৯)
- ১৯৯৮ - অক্টাৱিয়' পাছ, মেক্সিকান কবি, লেখক আৰু কূটনীতিবিদ।
দিৱস[সম্পাদনা কৰক]
- মহাবীৰ জয়ন্তী
- বাইচাইকেল দিৱস
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
![]() |
ৱিকিমিডিয়া কমন্সত ১৯ এপ্ৰিল সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
|