১৭ জানুৱাৰী
Jump to navigation
Jump to search
১৭ জানুৱাৰী (ইংৰাজী: 17 January) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ১৭ তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৪৮টা দিন (অধিবৰ্ষত ৩৪৯টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -
ঘটনাৰাজী[সম্পাদনা কৰক]
জন্ম[সম্পাদনা কৰক]
- ১৯১৭ খৃঃ - এম জি ৰামাচন্দ্ৰন, দাক্ষিণাত্যৰ প্ৰসিদ্ধ অভিনেতা আৰু ৰাজনীতিবিদ।
- ১৯৪৫ খৃঃ - জাৱেদ আখতাৰ, প্ৰসিদ্ধ বলিউদ গীতিকাৰ।
মৃত্যু[সম্পাদনা কৰক]
- ১৯৫১ খৃঃ - জ্যোতিপ্ৰসাদ আগৰৱালা, বিখ্যাত অসমীয়া সাহিত্যিক, গীতিকাৰ, নাট্যকাৰ, প্ৰথম অসমীয়া চলচ্চিত্ৰ পৰিচালক।
- ২০১০ খৃঃ - জ্যোতি বসু , আগশাৰী কমিউনিষ্ট নেতা তথা পশ্চিম বংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী।
দিৱস[সম্পাদনা কৰক]
- আজি শিল্পী দিৱস।
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
![]() |
ৱিকিমিডিয়া কমন্সত ১৭ জানুৱাৰী সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- বিবিচি: এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
- দ্য নিউয়ৰ্ক টাইমচ, এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
|