১৭ জানুৱাৰী (ইংৰাজী : 17 January ) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰ ৰ ১৭ তম দিন । বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৪৮টা দিন (অধিবৰ্ষ ত ৩৪৯টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -
১৯৩০ - গৌহৰ জান , ভাৰতীয় কণ্ঠশিল্পী আৰু নৃত্যশিল্পী।
১৯৫১ - জ্যোতিপ্ৰসাদ আগৰৱালা , অসমীয়া সাহিত্যিক, গীতিকাৰ, নাট্যকাৰ, প্ৰথম অসমীয়া চলচ্চিত্ৰ পৰিচালক।
২০০১ - গ্ৰেগৰী ক'ৰ্ছ' , আমেৰিকা যুক্তৰাষ্ট্ৰৰ কবি।
২০০৮ - মফিদা আহমেদ , ভাৰতীয় ৰাজনীতিক।
২০১০ - জ্যোতি বসু , আগশাৰী কমিউনিষ্ট নেতা তথা পশ্চিম বংগ ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী।
২০১১ - এম. কে. বিনোদিনী দেৱী , ভাৰতীয় ঔপন্যাসিক, চুটিগল্প লেখক, নাট্যকাৰ তথা চিত্ৰনাট্যকাৰ।
২০১৪ - সুচিত্ৰা সেন , ভাৰতীয় অভিনেত্ৰী।
২০১৪ - ভূপতি চন্দ্ৰ ডেকা , অসমীয়া গণিতজ্ঞ।
২০২১ - ওস্তাদ গোলাম মুস্তাফা খান , ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ হিন্দুস্তানী শাস্ত্ৰীয় সংগীত পৰম্পৰাৰ সংগীতজ্ঞ।
২০২২ - বিৰজু মহাৰাজ , ভাৰতৰ কথক নৃত্যৰ লক্ষ্ণৌ কালকা-বিন্দাদিন ঘৰানাৰ শিল্পী।