৫ এপ্ৰিল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
১০ ১১ ১২ ১৩
১৪ ১৫ ১৬ ১৭ ১৮ ১৯ ২০
২১ ২২ ২৩ ২৪ ২৫ ২৬ ২৭
২৮ ২৯ ৩০  

৫ এপ্ৰিল হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৯৫তম (অধিবৰ্ষত ৯৬তম) দিন। বছৰ শেষ হ’বলৈ আৰু ২৭০ দিন বাকী থাকে।

উল্লেখযোগ্য ঘটনাৱলী[সম্পাদনা কৰক]

  • ১৭৫৩ - বৃটিশ যাদুঘৰ প্ৰতিষ্ঠা কৰা হয়।
  • ১৮৯৯ - দক্ষিণ আফ্ৰিকাইংলেণ্ডৰ লগত ৩৫ ৰাণত অল আউট হয়।
  • ১৯৪৪ - সুভাষচন্দ্ৰ বসুই ৰেঙ্গুনত আজাদ হিন্দ ব্যাঙ্ক স্থাপন কৰে।
  • ১৯৪৮ - ভাৰতৰ মুখ্য ন্যায়াধীশ হৰিলাল কানিয়াৰ দ্বাৰা অসম উচ্চ ন্যায়ালয় (বৰ্তমান গুৱাহাটী উচ্চ ন্যায়ালয়)ৰ উদ্বোধন।
  • ১৯৪৯- ভাৰতত স্কাউট এণ্ড গাইড স্থাপনা কৰা হৈছিল।
  • ১৯৫৭ - ভাৰতত কমিউনিষ্ট পাৰ্টিৰ প্ৰথমবাৰৰ বাবে নিৰ্বাচনত (কেৰালা) জয়লাভ।
  • ২০১১ - ভাৰতত জন লোকপাল বিল বলবৎ কৰাৰ দাবীত আন্না হাজাৰেৰ আমৰণ অনশন কাৰ্যসূচীৰ আৰম্ভ।

জন্ম[সম্পাদনা কৰক]

মৃত্যু[সম্পাদনা কৰক]

দিৱস[সম্পাদনা কৰক]

  • শিশু দিৱস - পেলেষ্টাইন

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]