১ জুলাই
Jump to navigation
Jump to search
জুলাই | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ||||
৪ | ৫ | ৬ | ৭ | ৮ | ৯ | ১০ |
১১ | ১২ | ১৩ | ১৪ | ১৫ | ১৬ | ১৭ |
১৮ | ১৯ | ২০ | ২১ | ২২ | ২৩ | ২৪ |
২৫ | ২৬ | ২৭ | ২৮ | ২৯ | ৩০ | ৩১ |
২০২১ |
১ জুলাই (ইংৰাজী: 1 July) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৮২তম (অধিবৰ্ষত ১৮৩তম) দিন। বছৰ শেষ হ'বলৈ ১৮৩ দিন বাকী থাকে।
উল্লেখযোগ্য ঘটনা[সম্পাদনা কৰক]
- ১৯৮৩ - দৰং জিলাৰ গঠন
জন্ম[সম্পাদনা কৰক]
- ১৮৮২ - ড॰ বিধান চন্দ্ৰ ৰয়: ভাৰতীয় চিকিৎসক তথা ৰাজনীতিক, পশ্চিম বংগৰ দ্বিতীয় মুখ্যমন্ত্ৰী (মৃত্যু: ১৯৬২)
- ১৯৩৮ - হৰিপ্ৰসাদ চৌৰাচিয়া: ভাৰতীয় বাঁহীবাদক তথা সুৰকাৰ,
- ১৯৫৪ - ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰী: অসমীয়া ঔপন্যাসিক, গল্পকাৰ আৰু প্ৰবন্ধকাৰ
মৃত্যু[সম্পাদনা কৰক]
- ১৯৬২ - পুৰুষোত্তম দাস টেণ্ডন: ভাৰতীয় স্বাধীনতা যুঁজাৰু, ৰাজনীতিক (জন্ম: ১৮৮২),
- ১৮৬২ - ড॰ বিধান চন্দ্ৰ ৰয়: ভাৰতীয় চিকিৎসক তথা ৰাজনীতিক (জন্ম: ১৮৮২)
দিৱস[সম্পাদনা কৰক]
- ৰাষ্ট্ৰীয় চিকিৎসক দিৱস - ভাৰত,
- শিশু দিৱস - পাকিস্থান,
- স্বাধীনতা দিৱস - বুৰুণ্ডী আৰু চ'মালিয়া,
- গণতন্ত্ৰ দিৱস - ঘানা,
- বন মহোৎসৱ - ভাৰত (১ জুলাইৰ পৰা ৭ জুলাইলৈ),
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
![]() |
ৱিকিমিডিয়া কমন্সত ১ জুলাই সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
|