সমললৈ যাওক

১৩ অক্টোবৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
১০ ১১ ১২
১৩ ১৪ ১৫ ১৬ ১৭ ১৮ ১৯
২০ ২১ ২২ ২৩ ২৪ ২৫ ২৬
২৭ ২৮ ২৯ ৩০ ৩১  

১৩ অক্টোবৰ (ইংৰাজী: 13 October) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৮৬তম (অধিবৰ্ষত ২৮৭তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৭৯টা দিন বাকী থাকে। আজিৰ দিনত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ’ল-

ঘটনাৱলী

[সম্পাদনা কৰক]
  • ১৯৪৩ - ইটালীয়ে জাৰ্মানীৰ পূৰ্ব বন্ধু দেশবোৰৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছিল।
  • ১৯৮৮ - আমেৰিকাই নেবাডাত পৰমাণু পৰীক্ষা সফল ভাৱে সম্পন্ন কৰিছিল।
  • ১৯৯৯ - অটল বিহাৰী বাজপেয়ী তৃতীয় বাৰৰ বাবে ভাৰতৰ প্ৰধান মন্ত্ৰী হৈছিল।
  • ১৯৯৯ - সংযুক্ত ৰাষ্ট্ৰ আমেৰিকাৰ চিনেটে Comprehensive Nuclear Test Ban Treaty (CTBT)ৰ বিৰোধিতা কৰিছিল।
  • ২০০১ - আফগানিস্তানত এসপ্তাহ আমেৰিকান আক্ৰমণৰ ফলত শতাধিক লোকৰ মৃত্যু হয়, বহু লোক আক্ৰান্ত হয়।
  • ১৯১১ - অশোক কুমাৰ, ভাৰতীয় চলচ্চিত্ৰ তাৰকা।
  • ১৯৪৮ - নুচৰত ফটেহ আলী খান, প্ৰসিদ্ধ ছুফী আৰু কাবালী গায়ক।
  • ১৯৫৮ - জামাল আহমেদ ষাশ্বকজী, চৌদি আৰবীয় সাংবাদিক, লেখক আৰু আল-আৰব নিউজ ছেনেলৰ এজন প্ৰাক্তন মহাপ্ৰবন্ধক আৰু মুখ্য সম্পাদক।
  • ১৮৯৫ - চি. কে. নাইডু, ভাৰতীয় ক্ৰিকেট দলৰ প্ৰথম টেষ্ট কেপ্টেইন।
  • ১৯১১ - ভগ্নী নিবেদিতা, ভাৰতীয় সমাজকৰ্মী, লেখিকা।
  • ১৯৮৭ - কিশোৰ কুমাৰ, ভাৰতৰ প্ৰখ্যাত সংগীতশিল্পী তথা অভিনেতা।
  • ২০০২ - ইলা মিত্ৰ, ভাৰতীয় উপমহাদেশৰ বিশেষকৈ পূব বংগ (বৰ্তমান বাংলাদেশ) -ৰ সাম্যবাদী আৰু কৃষক সংগ্ৰামী নেতা৷
  • ২০০৪ - নিৰূপা ৰয় (কোকিলা কিশোৰচন্দ্ৰ বুলচাৰা), হিন্দী ছবিৰ পাৰ্শ্ব চৰিত্ৰত অভিনয় কৰা এগৰাকী ভাৰতীয় অভিনেত্ৰী।

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]