২০ ফেব্ৰুৱাৰী
নেভিগেশ্যনলৈ যাওক
সন্ধানলৈ যাওক
ফেব্ৰুৱাৰী | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | ৫ | ||
৬ | ৭ | ৮ | ৯ | ১০ | ১১ | ১২ |
১৩ | ১৪ | ১৫ | ১৬ | ১৭ | ১৮ | ১৯ |
২০ | ২১ | ২২ | ২৩ | ২৪ | ২৫ | ২৬ |
২৭ | ২৮ | |||||
২০২২ |
২০ ফেব্ৰুৱাৰী (ইংৰাজী: 20 February) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৫১তম (অধিবৰ্ষত ৫২তম) দিন। বছৰ শেষ হ'বলৈ ৩১৪ দিন বাকী থাকে।
বিশেষ ঘটনা[সম্পাদনা কৰক]
১৯৮৭ - মিজোৰামক ভাৰতবৰ্ষৰ ২৩তম ৰাজ্য হিচাপে ঘোষণা কৰা হয়।
মৃত্যু[সম্পাদনা কৰক]
১৯৫০ - নেতাজী সুভাষচন্দ্ৰ বসুৰ ডাঙৰ ভাতৃ তথা ৰাষ্ট্ৰবাদী নেতা শৰৎচন্দ্ৰ বসুৰ মৃত্যু।
কবি, সমালোচক হীৰেন্দ্ৰ নাথ দত্তৰ মৃত্যু ।