৩ নৱেম্বৰ
অৱয়ব
| নৱেম্বৰ | ||||||
| দে | সো | ম | বু | বৃ | শু | শ |
| ১ | ||||||
| ২ | ৩ | ৪ | ৫ | ৬ | ৭ | ৮ |
| ৯ | ১০ | ১১ | ১২ | ১৩ | ১৪ | ১৫ |
| ১৬ | ১৭ | ১৮ | ১৯ | ২০ | ২১ | ২২ |
| ২৩ | ২৪ | ২৫ | ২৬ | ২৭ | ২৮ | ২৯ |
| ৩০ | ||||||
| ২০২৫ | ||||||
৩ নৱেম্বৰ (ইংৰাজী: 3 November) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৩০৭তম (অধিবৰ্ষত ৩০৮তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৫৮টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
ঘটনাৱলী
[সম্পাদনা কৰক]- ১৯৫৭ - স্পুটনিক-২ উপগ্ৰহৰে পৃথিৱীৰ প্ৰথম জীৱ মহাকাশলৈ প্ৰেৰণ কৰা হয়। [1]
জন্ম
[সম্পাদনা কৰক]- ১৮৮৫ - কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ, ভাৰতৰ স্বাধীনতা আন্দোলনৰ নেতা, সমাজসেৱক আৰু অধিবক্তা।[1]
- ১৯৩৩ - অমৰ্ত্য সেন, নোবেল বঁটা বিজয়ী ভাৰতীয় অৰ্থনীতিবিদ।[1]
- ১৯৩৫ - প্ৰণিতা তালুকদাৰ, ভাৰতীয় ৰাজনীতিবিদ, শিক্ষয়িত্ৰী তথা সমাজকৰ্মী।
- ১৯৩৬ - ছবিলাল উপাধ্যায়, সাহিত্য অকাডেমি অনুবাদ বঁটা প্ৰাপ্ত অসমীয়া শিক্ষক, সাহিত্যিক।
- ১৯৬৯ - আশ্ৰাফুল হক, ভাৰতীয় অভিনেতা।
- ১৯৮৪ - উষা যাদৱ, ভাৰতীয় অভিনেত্ৰী।
- ১৯৮৫ - মোনালী ঠাকুৰ, ভাৰতীয় সংগীত শিল্পী আৰু অভিনেত্ৰী।
মৃত্যু
[সম্পাদনা কৰক]- ১৯৪৭ - সোমনাথ শৰ্মা, পৰম বীৰ চক্ৰ লাভ কৰোতা ভাৰতীয় সেনা বিষয়া।
- ১৯৭৫ - ছৈয়দ নজৰুল ইছলাম, বাংলাদেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি।
- ২০১২ - কৈলাশপতি মিশ্ৰ, ভাৰতীয় ৰাজনৈতিক নেতা।
- ২০১৪ - সদাশিৱ অমৰপুৰকাৰ, ভাৰতীয় অভিনেতা।
- ২০২৫ - দীপক শৰ্মা, ভাৰতৰ এগৰাকী প্ৰসিদ্ধ বাঁহী বাদক।[2][3]
দিৱস
[সম্পাদনা কৰক]তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 নিয়মীয়া বাৰ্তা , ৩ নৱেম্বৰ, ২০১৮; http://www.niyomiyabarta.org/03112018/index.php[সংযোগবিহীন উৎস]
- ↑ "The Telegraph - Calcutta : Northeast". Telegraphindia.com. 2005-01-20. http://www.telegraphindia.com/1050120/asp/northeast/story_4273042.asp। আহৰণ কৰা হৈছে: 2013-03-16.
- ↑ 0.00 (2011-07-16). "Sumemr Eternal, Live Concert - Dipak Sarma with Neil Nongkynrih & the Shillong Chamber Choir by Rakesh Medhi on SoundCloud - Hear the world’s sounds". Soundcloud.com. http://soundcloud.com/rak143/sumemr-eternal-live-concert। আহৰণ কৰা হৈছে: 2013-03-16.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত ৩ নৱেম্বৰ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- বিবিচি: এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
- দ্য নিউয়ৰ্ক টাইমচ, এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
| ||||||||||||||||||||||||||||||||||||||||||||