৩ নৱেম্বৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search

৩ নৱেম্বৰ (ইংৰাজী3 November) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩০৭ তম (অধিবৰ্ষত ৩০৮ তম) দিন৷ বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা ৫৮ দিন বাকী থাকে৷ এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -

ঘটনাৰাজী[সম্পাদনা কৰক]

  1. ১৯৫৭ চনৰ আজিৰ দিনটোতে স্পুটনিক-২ উপগ্ৰহৰে পৃথিৱীৰ প্ৰথম জীৱ মহাকাশলৈ প্ৰেৰণ কৰা হয়৷ [1]

জন্ম[সম্পাদনা কৰক]

  1. ১৮৮৫ চনৰ আজিৰ দিনটোত কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈৰ জন্ম হৈছিল৷[1]
  2. ১৯৩৩ চনৰ আজিৰ দিনটোত নোবেল বঁটা বিজয়ী অৰ্থনীতিবিদ অৰ্মত্য সেনৰ জন্ম হৈছিল৷[1]

মৃত্যু[সম্পাদনা কৰক]

দিৱস[সম্পাদনা কৰক]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]