২৮ অক্টোবৰ
২৮ অক্টোবৰ দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩০১ তম (অধিবৰ্ষত ৩০২ তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৬৪টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
১/ ১০১৭ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে জাৰ্মান সম্ৰাট তৃতীয় হেনৰিৰ জন্ম হয়।
২/ ১৬২৭ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে চতুৰ্থ মোগল সম্ৰাট জাহাংগীৰৰ মৃত্যু হয়।
৩/ ১৮৬৭ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে ভগ্নী নিবেদিতাৰ আয়াৰলেণ্ডত জন্ম হয়।
৫/ ১৯২২ চনৰ আজিৰ দিনটোতে আলবেনিয়াৰ স্বাধীনতা ঘোষণা কৰা হয়।
৬/ ১৯৫৫ চনৰ আজিৰ দিনটোতে মাইক্ৰছফট্ স্বতাধিকাৰী বিল গেটছৰ জন্ম হয়।
৭/ ১৯৬০ চনৰ আজিৰ দিনটোতে শিল্পী যুগল দাসে অংকন কৰা অসম সাহিত্য সভাৰ প্ৰতীক চিহ্ন সভাই গ্ৰহণ কৰে।
৮/ ১৯৯৯ চনৰ আজিৰ দিনটোতে ভাৰতৰ বিৰুদ্ধে থকা আমেৰিকাৰ অৰ্থনৈতিক নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰে।
৯/ ১৯৫৫ চনৰ আজিৰ দিনটোতে ইন্দ্ৰা নূয়ীয়ে জন্ম গ্ৰহণ কৰে।
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
![]() |
ৱিকিমিডিয়া কমন্সত ২৮ অক্টোবৰ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
|