সমললৈ যাওক

২৩ জুন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
১০১১১২১৩
১৪১৫১৬১৭১৮১৯২০
২১২২২৩২৪২৫২৬২৭
২৮২৯৩০  

২৩ জুন (ইংৰাজী: 23 June) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৭৪তম (অধিবৰ্ষত ১৭৫তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৯১টা দিন বাকী থাকে।

ঘটনাৱলী

[সম্পাদনা কৰক]
  • ১৮৭৫ - নৰ্মান প্ৰিচাৰ্ড, ব্ৰিটিছ-ভাৰতীয় অভিনেতা আৰু খেলুৱৈ।
  • ১৯০৭ - জেম্ছ মিডে, ব্ৰিটিছ অৰ্থনীতিবিদ।
  • ১৯১২ - এলান ট্যুৰিং, ইংৰাজ কম্পিউটাৰ বিজ্ঞানী।
  • ১৯২৯ - জুন কাৰ্টাৰ, আমেৰিকান গায়িকা।
  • ১৯৩৪ - চণ্ডী প্ৰসাদ ভট্ট, গান্ধীবাদী বিচাৰক আৰু সামাজিক কৰ্মকৰ্তা।
  • ১৯৩৬ - প্ৰদীপ কুমাৰ বেনাৰ্জী, ভাৰতীয় ফুটবল খেলুৱৈ।
  • ১৯৫২ - ৰাজ বব্বৰ, ভাৰতীয় অভিনেতা আৰু ৰাজনেতা।
  • ১৯৫৮ - মুকেশ খান্না, ভাৰতীয় টেলিভিচন আৰু চলচ্চিত্ৰ অভিনেতা৷
  • ১৯৫৯ - খৰ্গেশ্বৰ তালুকদাৰ, অসম আন্দোলনৰ প্ৰথম শ্বহীদ।
  • ১৭৬১ - বালাজী বাজীৰাও, মাৰাঠা পেছৱা।
  • ১৯১৪ - গংগাপ্ৰসাদ বাৰ্মা, ভাৰতীয় ৰাজনৈতিক নেতা তথা সমাজ সংস্কাৰক।
  • ১৯৫৩ - শ্যামা প্ৰসাদ মুখাৰ্জী, ভাৰতীয় জন সংঘৰ প্ৰতিষ্ঠাতা।
  • ১৯৭১ - শ্ৰী প্ৰকাশ, ভাৰতৰ স্বাধীনতা সংগ্ৰামী।
  • ১৯৮০ - সঞ্জয় গান্ধী, ভাৰতীয় নেতা তথা ইন্দিৰা গান্ধীৰ সৰু পুত্ৰ।
  • ১৯৯৫ - জোনাছ চক্‌, পলিঅ' বেমাৰৰ প্ৰতিষেধকৰ আৱিষ্কাৰক।
  • ২০০৩ - গৌৰীশংকৰ ভট্টাচাৰ্য, ভাৰতীয় আইনজ্ঞ, ৰাজনীতিবিদ আৰু সাহিত্যিক।
  • ২০১৫ - নিৰ্মলা যোশী, ৰোমান কেথলিক ধৰ্মীয় চিষ্টাৰ।
  • আন্তৰ্জাতিক বিধৱা দিৱস।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]