২৩ ছেপ্টেম্বৰ
Jump to navigation
Jump to search
ছেপ্টেম্বৰ | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | |||
৫ | ৬ | ৭ | ৮ | ৯ | ১০ | ১১ |
১২ | ১৩ | ১৪ | ১৫ | ১৬ | ১৭ | ১৮ |
১৯ | ২০ | ২১ | ২২ | ২৩ | ২৪ | ২৫ |
২৬ | ২৭ | ২৮ | ২৯ | ৩০ | ||
২০২১ |
২৩ ছেপ্টেম্বৰ (ইংৰাজী: 23 September) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৬৬তম (অধিবৰ্ষত ২৬৭তম) দিন। বছৰ শেষ হ'বলৈ ৯৯ দিন বাকী থাকে।
ঘটনাৱলী[সম্পাদনা কৰক]
- ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধবিৰতি হয় ১৯৬৫ চনৰ আজিৰ দিনটোতে।
- ১৯৯৭ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰথম ক্ষেপণাস্ত্ৰ পৃথ্বীৰ সফল পৰীক্ষণ হয়।
- ভাৰত আৰু পাকিস্তানৰ ওপৰত থকা আমেৰিকাৰ অৰ্থনৈতিক নিষেধাজ্ঞা প্ৰত্যাহাৰ হয় ২০০১ চনৰ আজিৰ দিনটোতে।
- অষ্ট্ৰিয়াৰ মনোবিজ্ঞানী ছিগমণ্ড ফ্ৰয়ডৰ জন্ম হয় ১৮৩৯ চনৰ আজিৰ দিনটোত।
- আজিৰ দিনটোতে ১৮৪৬ চনত ফৰাচী বিজ্ঞানী, গণিতজ্ঞ জে গেলী আৰু এইচ. ডি. এৰেষ্টৰদ্বাৰা নেপচুন গ্ৰহ আৱিষ্কাৰ হয় ।
- চেকোশ্লোবাকিয়াৰ যশস্বী কবি ইয়াৰোশ্লাভ ছাইফাৰ্টৰ জন্ম হয় ১৯০১ চনৰ আজিৰ দিনটোতে। তেওঁ সাহিত্যৰ নোবেল বঁটা লাভ কৰে। উল্লেখ্য যে তেৱেই চেকোশ্লোভাকিয়াৰ প্ৰথম ব্যক্য়ি যিজনে নোবেল লাভ কৰিছিল।
- ছোভিয়েট ৰাছিয়াৰ প্ৰথম পাৰমাণৱিক বোমা বিষ্ফোৰণ হয় ১৯৪৯ চনৰ আজিৰ দিনটোতে।
- আজিৰ দিনটোতে ১৯৭২ চনত বিশিষ্ট কবি পাবলো নেৰুদাৰ মৃত্যু হয় । তেওঁৰ প্ৰকৃত নাম আছিল নেফটালি ৰিকাৰ্ড' ৰেইচ বাচ'লাট'।
- গোটেই বছৰৰ দিন আৰু ৰাতি সমান হয় আজিৰ এই দিনটোত।
- ১৮৬২ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ ৰাজনীতিবিদ শ্ৰীনিৱাস শাস্ত্ৰীৰ জন্ম হয়।