২৩ মে'

অসমীয়া ৱিকিপিডিয়াৰ পৰা
১০ ১১
১২ ১৩ ১৪ ১৫ ১৬ ১৭ ১৮
১৯ ২০ ২১ ২২ ২৩ ২৪ ২৫
২৬ ২৭ ২৮ ২৯ ৩০ ৩১  

২৩ মে' (ইংৰাজী: 23 May) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৪৩তম (অধিবৰ্ষত ১৪৪তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২২২টা দিন বাকী থাকে।

ঘটনাৱলী[সম্পাদনা কৰক]

  • ১৭৮৫ - আমেৰিকান ৰাজনীতিজ্ঞ আৰু বিজ্ঞানী বেঞ্জামিন ফ্ৰেংকলিনে চছমা আৱিষ্কাৰ কৰে।
  • ১৯৫১ - মাও-চে-টুঙৰ প্ৰসিদ্ধ গ্ৰেট লিপ ফৰৱাৰ্ড কৰ্মসূচী আৰম্ভ হয়।
  • ১৯৮৪ - ভাৰতীয় পৰ্বতাৰোহী বাচেন্দ্ৰী পালএভাৰেষ্টত আৰোহণ।
  • ১৯৯৬ - পি. এ. চাংমা (পূৰ্ণ অঘোটোক চাংমা) সৰ্বসন্মতিক্ৰমে দশম একাদশ লোকসভাৰ অধ্যক্ষ ৰূপে নিৰ্বাচিত হয়।

জন্ম[সম্পাদনা কৰক]

  • ১৭০৩ - কেৰ'লাছ লিনিয়াছ, ছুইডিছ উদ্ভিদ বিজ্ঞানী। তেওঁ বৰ্গ আৰু প্ৰজাতি নিৰ্ণয় কৰিবলৈ এক নিৰ্দিষ্ট তত্ত্ব আগবঢ়াইছিল। এই তত্ত্বটোক তেওঁ ‘দ্বি-পদ বা দ্বি-ৰাশিক’ নামেৰে নামকৰণ কৰিছিল।
  • ১৮৪৮ - অটো লিলিয়েনথাল, জাৰ্মান পাইলট। উৰাজাহাজ নিৰ্মাণৰ অন্যতম বাটকটীয়া।
  • ১৮৫১ - ধীৰেশ্বৰাচাৰ্য, ভাৰতীয় সংস্কৃত পণ্ডিত। তেখেতক 'কামৰূপৰ কালিদাস' বুলি আখ্যা দিয়া হয়। বৰ্তমানৰ নলবাৰী জিলাৰ আঠঘৰীয়াত তেওঁৰ জন্ম।
  • ১৮৯১ - পাৰ লাগেৰভিষ্ট, ছুইডেনৰ সাহিত্যিক। ১৯৫১ চনত তেওঁ সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল।
  • ১৯১৯ - গায়ত্ৰী দেৱী, কোঁচবিহাৰৰ ৰাজকুমাৰী।
  • ১৯৭০ - সুনীতা ভূঞা, ভাৰতীয় সংগীতশিল্পী।

মৃত্যু[সম্পাদনা কৰক]

  • ১৭০১ - উইলিয়াম কিড, স্কটিচ নাবিক। (জন্মঃ ১৬৪৫)
  • ১৮৫৭ - আগাষ্টিন লুই ক'চি, ফৰাচী গণিতজ্ঞ।
  • ১৯০৬ - হেনৰিক ইবছেন, নৰৱেৰ নাট্যকাৰ আৰু নাট পৰিচালক।
  • ২০১৫ - জন ফ'ৰ্বছ্‌ নাশ্ব, আমেৰিকান গণিতজ্ঞ।
  • ২০১৭ - ৰ'জাৰ মুৰ, বৃত্ৰিছ অভিনেতা, জেমচ্ বণ্ড নামৰ বোলছবি খনৰ বাবে বিখ্যাত।
  • ২০১৯ - কল্পনা দাশ, ভাৰতীয় অধিবক্তা আৰু পৰ্বতাৰোহী।

দিৱস[সম্পাদনা কৰক]