৪ মাৰ্চ
মাৰ্চ | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | |||
৫ | ৬ | ৭ | ৮ | ৯ | ১০ | ১১ |
১২ | ১৩ | ১৪ | ১৫ | ১৬ | ১৭ | ১৮ |
১৯ | ২০ | ২১ | ২২ | ২৩ | ২৪ | ২৫ |
২৬ | ২৭ | ২৮ | ২৯ | ৩০ | ৩১ | |
২০২৩ |
৪ মাৰ্চ (ইংৰাজী: 4 March) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৬৩তম (অধিবৰ্ষত ৬৪তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩০২টা দিন বাকী থাকে।
ঘটনাৱলী[সম্পাদনা কৰক]
- ১৯৫১ - নতুন দিল্লীত প্ৰথম এছিয়ান গেমছ আৰম্ভ হয়।
জন্ম[সম্পাদনা কৰক]
- ১৮৫৬ - তৰু দত্ত, ভাৰতীয় অনুবাদক আৰু কবি।
- ১৮৯২ - যতীন্দ্ৰ নাথ দুৱৰা, অসমীয়া সাহিত্যিক।
- ১৯২২ - দীনা পাঠক, ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী।
- ১৯৭১ - তাৰা, ভাৰতীয় অভিনেত্ৰী আৰু ৰাজনীতিবিদ।
- ১৯৭৪ - প্ৰিয়া কুমাৰ, ভাৰতীয় লেখিকা আৰু অনুপ্ৰেৰণাদায়ী বক্তা।
- ১৯৯৬ - কমলপ্ৰীত কৌৰ, ভাৰতীয় এথলীট।
মৃত্যু[সম্পাদনা কৰক]
- ২০১১ - অৰ্জুন সিং, ভাৰতীয় ৰাজনীতিবিদ।
- ২০১৬ - পি. এ. চাংমা, ভাৰতীয় ৰাজনীতিবিদ।
দিৱস[সম্পাদনা কৰক]
- অভিযন্তা দিৱস (ছুইজাৰলেণ্ড)
- বিশ্ব মেদবহুলতা দিৱস
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
![]() |
ৱিকিমিডিয়া কমন্সত ৪ মাৰ্চ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
|