২০ জুন (ইংৰাজী: 20 June) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৭১তম (অধিবৰ্ষত ১৭২তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৯৪টা দিন বাকী থাকে।
- ১৮৩৭ - ৰাণী ভিক্ট'ৰিয়াই সিংহাসনত আৰোহণ কৰে।
- ১৯১২ - পোলেণ্ডৰ বিজ্ঞানী ডক্টৰ কাচিমিৰ ফ্ৰাঙ্কে প্ৰথমবাৰৰ বাবে ভিটামিন আৱিষ্কাৰ কৰিবলৈ সক্ষম হয়।
- ১৮৯৭ - ৰত্নকান্ত বৰকাকতী, অসমীয়া কবি।
- ১৯১১ - ছুফিয়া কামাল, বাংলাদেশী কবি, নাৰীবাদী নেত্ৰী আৰু ৰাজনৈতিক কৰ্মী।
- ১৯১৭ - এছ. আই. পদ্মাৱতী, ভাৰতীয় চিকিৎসক তথা হৃদয় বিশেষজ্ঞ।
- ১৯৩২ - ৰাম গগৈ, অসমীয়া কবি।
- ১৯৩৩ - নিৰ্মলপ্ৰভা বৰদলৈ, অসমীয়া কবি, গীতিকাৰ আৰু লোক-সংস্কৃতিৰ গৱেষক।
- ১৯৫২ - বিক্ৰম শেঠ, ভাৰতীয় ঔপন্যাসিক আৰু কবি।
- ১৯৫৮ - দ্ৰৌপদী মূৰ্মু, ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি।
- ১৯৬৯ - শ্বেতা চেট্টী, ভাৰতীয় কণ্ঠশিল্পী।
- ১৯৬৯ - কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, একাধাৰে কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, চিত্ৰকৰ, অভিনেতা আৰু মুক্তি যুঁজাৰু আছিল।
- ১৯৮৭ - চালিম আলি, ভাৰতীয় প্ৰাণী আৰু পক্ষী বিশেষজ্ঞ।
- ২০০৬ - সতীশ চন্দ্ৰ কাকতি, অসমীয়া সাংবাদিক।
- ২০১৫ - মহানন্দ শৰ্মা, অসমৰ অভিনেতা, আবৃত্তিকাৰ, নাট্যকাৰ আৰু পৰিচালক আছিল। তেখেত বিশেষকৈ ভ্ৰাম্যমাণ থিয়েটাৰৰ সৈতে জড়িত আছিল। (জন্ম: ১২ নৱেম্বৰ ১৯৩৫)
- ২০২১ - অশোক দাস, অসমীয়া নাট্যকাৰ, ঔপন্যাসিক আৰু গল্পকাৰ।
- বিষ্ণু ৰাভা দিৱস।
- বিশ্ব শৰণাৰ্থী দিৱস।