৩১ মে'

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
১০ ১১ ১২ ১৩ ১৪ ১৫
১৬ ১৭ ১৮ ১৯ ২০ ২১ ২২
২৩ ২৪ ২৫ ২৬ ২৭ ২৮ ২৯
৩০ ৩১  

৩১ মে' (ইংৰাজী: 31 May) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৫১তম (অধিবৰ্ষত ১৫২তম) দিন। বছৰ শেষ হ'বলৈ ২১৪ দিন বাকী থাকে।

উল্লেখযোগ্য ঘটনাৱলী[সম্পাদনা কৰক]

  • ১৮৫৯ – ক্লক টাৱাৰ (The clock tower)ৰ বিগ বেং (Big Ben) নামৰ ঘড়ীটো চলিবলৈ আৰম্ভ কৰিছিল।
  • ১৯১১ – উত্তৰ আয়াৰলেণ্ডৰ বেলফাষ্টত আৰ.এম.এছ. টাইটানিকৰ শুভ উদ্বোধন কৰা হৈছিল।

মৃত্যু[সম্পাদনা কৰক]

  • ১৮৩২ - এভাৰিষ্চ গালোৱা, ফৰাচী গণিতবিদ।

দিৱস আৰু অন্যান্য[সম্পাদনা কৰক]

  • বিশ্ব ধঁপাত বিৰোধী দিৱস।

লগতে চাওক[সম্পাদনা কৰক]