৩১ মে'
Jump to navigation
Jump to search
[[]] | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ||||||
২ | ৩ | ৪ | ৫ | ৬ | ৭ | ৮ |
৯ | ১০ | ১১ | ১২ | ১৩ | ১৪ | ১৫ |
১৬ | ১৭ | ১৮ | ১৯ | ২০ | ২১ | ২২ |
২৩ | ২৪ | ২৫ | ২৬ | ২৭ | ২৮ | ২৯ |
৩০ | ৩১ | |||||
২০২১ |
৩১ মে' (ইংৰাজী: 31 May) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৫১তম (অধিবৰ্ষত ১৫২তম) দিন। বছৰ শেষ হ'বলৈ ২১৪ দিন বাকী থাকে।
উল্লেখযোগ্য ঘটনাৱলী[সম্পাদনা কৰক]
- ১৮৫৯ – ক্লক টাৱাৰ (The clock tower)ৰ বিগ বেং (Big Ben) নামৰ ঘড়ীটো চলিবলৈ আৰম্ভ কৰিছিল।
- ১৯১১ – উত্তৰ আয়াৰলেণ্ডৰ বেলফাষ্টত আৰ.এম.এছ. টাইটানিকৰ শুভ উদ্বোধন কৰা হৈছিল।
মৃত্যু[সম্পাদনা কৰক]
- ১৮৩২ - এভাৰিষ্চ গালোৱা, ফৰাচী গণিতবিদ।
দিৱস আৰু অন্যান্য[সম্পাদনা কৰক]
- বিশ্ব ধঁপাত বিৰোধী দিৱস।
লগতে চাওক[সম্পাদনা কৰক]
|