সমললৈ যাওক

১৩ নৱেম্বৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
১০১১১২১৩১৪
১৫১৬১৭১৮১৯২০২১
২২২৩২৪২৫২৬২৭২৮
২৯৩০  

১৩ নৱেম্বৰ (ইংৰাজী: 13 November) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৩১৭তম (অধিবৰ্ষত ৩১৮তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৪৮টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

ঘটনাৱলী

[সম্পাদনা কৰক]
  • ১৯১৩ - ৰবীন্দ্ৰনাথ ঠাকুৰলৈ সাহিত্যৰ নোবেল বঁটা আগবঢ়োৱা হয়। নোবেল বঁটা লাভ কৰা এৱেঁই প্ৰথম ভাৰতীয়।
  • বিশ্ব অনুকম্পা দিৱস

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]