৫ অক্টোবৰ
Jump to navigation
Jump to search
অক্টোবৰ | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | |||||
৩ | ৪ | ৫ | ৬ | ৭ | ৮ | ৯ |
১০ | ১১ | ১২ | ১৩ | ১৪ | ১৫ | ১৬ |
১৭ | ১৮ | ১৯ | ২০ | ২১ | ২২ | ২৩ |
২৪ | ২৫ | ২৬ | ২৭ | ২৮ | ২৯ | ৩০ |
৩১ | ||||||
২০২১ |
৫ অক্টোবৰ (ইংৰাজী: 5 October) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৭৮তম (অধিবৰ্ষত ২৭৯তম) দিন। বছৰ শেষ হ'বলৈ ৮৭ দিন বাকী থাকে। আজিৰ দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ’ল-
জন্ম[সম্পাদনা কৰক]
- ১৫২৪ চনৰ আজিৰ দিনটোতে গোণ্ডৰ ৰাণী দুৰ্গাৱতীৰ জন্ম হৈছিল।
- ১৯৬৩ চনৰ আজিৰ দিনটোতে অসমৰ এগৰাকী প্ৰসিদ্ধ মঞ্চ, দূৰদৰ্শন আৰু চলচ্চিত্ৰ অভিনেতা আদিল হুছেইন ডাঙৰীয়াৰ জন্ম হৈছিল।
- ১৯৫২ চনৰ আজিৰ দিনটোতে পাকিস্তানৰ ক্ৰিকেটাৰ তথা প্ৰধানমন্ত্ৰী ইমৰান খানৰ জন্ম হৈছিল।
মৃত্যু[সম্পাদনা কৰক]
- ১২৮৫ চনৰ আজিৰ দিনটোতে ফ্ৰান্সৰ ৰজা ফিলিপ ৩য়ৰ মৃত্যু হৈছিল।
অন্যান্য[সম্পাদনা কৰক]
আজি বিশ্ব শিক্ষক দিৱস।