৫ অক্টোবৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
১০ ১১ ১২
১৩ ১৪ ১৫ ১৬ ১৭ ১৮ ১৯
২০ ২১ ২২ ২৩ ২৪ ২৫ ২৬
২৭ ২৮ ২৯ ৩০ ৩১  

৫ অক্টোবৰ (ইংৰাজী5 October) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৭৮তম (অধিবৰ্ষত ২৭৯তম) দিন। বছৰ শেষ হ'বলৈ ৮৭ দিন বাকী থাকে। আজিৰ দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ’ল-

জন্ম[সম্পাদনা কৰক]

  1. ১৫২৪ চনৰ আজিৰ দিনটোতে গোণ্ডৰ ৰাণী দূৰ্গাৱতীৰ জন্ম হৈছিল।
  2. ১৯৬৩ চনৰ আজিৰ দিনটোতে অসমৰ এগৰাকী প্ৰসিদ্ধ মঞ্চ, দূৰদৰ্শন আৰু চলচ্চিত্ৰ অভিনেতা আদিল হুছেইন ডাঙৰীয়াৰ জন্ম হৈছিল।
  3. ১৯৫২ চনৰ আজিৰ দিনটোতে পাকিস্তানৰ ক্ৰিকেটাৰ তথা প্ৰধানমন্ত্ৰী ইমৰান খানৰ জন্ম হৈছিল।

মৃত্যু[সম্পাদনা কৰক]

  1. ১২৮৫ চনৰ আজিৰ দিনটোতে ফ্ৰান্সৰ ৰজা ফিলিপ ৩য়ৰ মৃত্যু হৈছিল।

অন্যান্য[সম্পাদনা কৰক]

আজি বিশ্ব শিক্ষক দিৱস

বাহ্যিক সংযোগ[সম্পাদনা কৰক]