৪ জুলাই
নেভিগেশ্যনলৈ যাওক
সন্ধানলৈ যাওক
জুলাই | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ||||
৪ | ৫ | ৬ | ৭ | ৮ | ৯ | ১০ |
১১ | ১২ | ১৩ | ১৪ | ১৫ | ১৬ | ১৭ |
১৮ | ১৯ | ২০ | ২১ | ২২ | ২৩ | ২৪ |
২৫ | ২৬ | ২৭ | ২৮ | ২৯ | ৩০ | ৩১ |
২০২১ |
৪ জুলাই (ইংৰাজী: 4 July) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৮৫তম (অধিবৰ্ষত ১৮৬তম) দিন। বছৰ শেষ হ'বলৈ ১৮০ দিন বাকী থাকে।
জন্ম[সম্পাদনা কৰক]
- ১৯২৬ - আল্ফ্ৰেড' ডি ষ্টিফান', আৰ্জেণ্টিনীয় ফুটবলাৰ আৰু প্ৰশিক্ষক।
মৃত্যু[সম্পাদনা কৰক]
- ১৯০২ – বিবেকানন্দ, ৰামকৃষ্ণ মিশ্যনৰ প্ৰতিষ্ঠাপক।
- ১৯৬৩ – পিঙ্গলি ভেংকয়া, ভাৰতীয় স্বাধীনতা সংগ্ৰামী, এখেতে ভাৰতীয় জাতীয় পতাকাৰ আৰ্হি ৰচক (জন্ম: ১৮৭৬)
- ২০১২ – হীৰেন ভট্টাচাৰ্য, ভাৰতীয় কবি (জন্ম: ১৯৩২)
দিৱস[সম্পাদনা কৰক]
- ১৭৭৬ - ব্ৰিটিছ যুক্তৰাষ্ট্ৰৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্বাধীনতা লাভ
- ফিলিপাইনছৰ গণতন্ত্ৰ দিৱস
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
![]() |
ৱিকিমিডিয়া কমন্সত ৪ জুলাই সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
|