১৪ জুলাই
Jump to navigation
Jump to search
জুলাই | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | ৫ | ৬ | |
৭ | ৮ | ৯ | ১০ | ১১ | ১২ | ১৩ |
১৪ | ১৫ | ১৬ | ১৭ | ১৮ | ১৯ | ২০ |
২১ | ২২ | ২৩ | ২৪ | ২৫ | ২৬ | ২৭ |
২৮ | ২৯ | ৩০ | ৩১ | |||
২০১৯ |
১৪ জুলাই (ইংৰাজী: 14 July) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৯৫তম (অধিবৰ্ষত ১৯৬তম) দিন। বছৰ শেষ হ'বলৈ ১৭০ দিন বাকী থাকে।
জন্ম[সম্পাদনা কৰক]
- ১৯২১ চনৰ আজিৰ দিনটোতে আন্তৰ্জাতিক খ্যাতিসম্পন্ন চলচ্চিত্ৰ পৰিচালক ইংগাৰ বাৰ্গমেনৰ ছুইডেনত জন্ম হৈছিল।
- ১৯২১ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে ৰসায়ন বিজ্ঞানৰ নোবেল বিজয়ী বিজ্ঞানী জে. উইলকিনছৰ জন্ম হৈছিল।
- ১৯৪৭ চনৰ আজিৰ দিনটোত মৰিছাছৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী নবীন ৰামগোলামৰ জন্ম হয়।
মৃত্যু[সম্পাদনা কৰক]
- ১৯৭১ চনৰ আজিৰ দিনটোতে ১৯৯২ চনৰ মিছ ইণ্ডিয়া খিতাপ অৰ্জন কৰা মধু চাপৰেৰ জন্ম হয়।
- ১৯৯৮ চনৰ আজিৰ দিনটোতে এই মেক ড'নাল্ড ৰেষ্টুৰেণ্টৰ প্ৰতিষ্ঠাতা প্ৰখ্যাত ব্যৱসায়ী ৰিচাৰ্ড মেক ড'নাল্ডৰ মৃত্যু হয়।
- ২০০২ চনৰ আজিৰ দিনটোতে এখুদ ককাইদেউ অৰ্থাৎ নৱকান্ত বৰুৱাৰ মৃত্যু হয়।
অনান্য[সম্পাদনা কৰক]
- ১৯৬৬ চনত চক্ৰশিলা পাহাৰক সংৰক্ষিত বনাঞ্চল ঘোষণা কৰা হয় আৰু ১৯৯৪ চনৰ আজিৰ তাৰিখতে ইয়াক অসম চৰকাৰৰ দ্বাৰা অভয়াৰণ্যৰ মৰ্যদা দিয়া হয়।
- ১৯৪২ চনৰ আজিৰ দিনটোতে মহাত্মা গান্ধীৰ ভাৰত ত্যাগ আন্দোলনৰ প্ৰস্তাৱটি কংগ্ৰেছ ৱৰ্কিং কমিটীয়ে গ্ৰহণ কৰে।
- ২০০৮ চনৰ আজিৰ দিনটোতে মিছ ভেনিজুৱেলা ডায়না মেন্তোজাৰে মিছ ইউনিভাৰ্ছ খিতাপ অৰ্জন কৰে।
- ১৯৬৭ বৰ্ষৰ আজিৰ দিনটোতে আলফ্ৰেড নোবেলৰ (যাৰ নামত নোবেল বঁটা প্ৰচলিত) দ্বাৰা ‘ডিনামাইট’ৰ বিস্ফোৰণ শক্তি প্ৰদৰ্শিত হৈছিল।
- ১৭৮৯ চনৰ আজিৰ দিনটোতে ফৰাচী বিপ্লৱৰ সূচনা হৈছিল।
দিৱস[সম্পাদনা কৰক]
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
![]() |
ৱিকিমিডিয়া কমন্সত ১৪ জুলাই সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
|