৯ এপ্ৰিল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
১০ ১১ ১২ ১৩
১৪ ১৫ ১৬ ১৭ ১৮ ১৯ ২০
২১ ২২ ২৩ ২৪ ২৫ ২৬ ২৭
২৮ ২৯ ৩০  

০৯ এপ্ৰিল (ইংৰাজী: 09 April) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৯৯তম (অধিবৰ্ষত ১০০তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৬৬টা দিন বাকী থাকে।

ঘটনাৱলী[সম্পাদনা কৰক]

  • ১৬৬৯ - মোগল সম্ৰাট ঔৰংজেৱে সকলো হিন্দু বিদ্যালয় আৰু মন্দিৰ ধ্বংস কৰিবলৈ আদেশ দিছিল।
  • ১৯১৮ - লাটভিয়া দেশে স্বাধীনতা ঘোষণা কৰে।
  • ১৯৪৫ - মাৰ্কিন যুক্তৰাষ্ট্ৰত আণবিক শক্তি কমিছন গঠন কৰা হয়।
  • ১৯৬৫ - ভাৰত আৰু পাকিস্তানৰ মাজত সীমান্ত যুদ্ধ আৰম্ভ হৈছিল।
  • ২০২০ - ভয়াবহ কৰ'না বেমাৰে ১০০ দিন সম্পূৰ্ণ কৰিছিল।
  • ২০২১ - আই পি এল ২০২১ আৰম্ভ।
  • ২০২১ - ভিভো আই পি এল ২০২১ৰ প্ৰথম মেচত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰে মুম্বাই ইণ্ডিয়ানছক ২ উইকেটত পৰাস্ত কৰে।

জন্ম[সম্পাদনা কৰক]

মৃত্যু[সম্পাদনা কৰক]

  • ১৬২৬ - ফ্ৰান্সিস বেকন, ইংৰাজ দাৰ্শনিক।
  • ২০১৪ - আলে নৰেন্দ্ৰ, ভাৰতীয় ৰাজনীতিক।

দিৱস[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]


বাহ্যিক সংযোগ[সম্পাদনা কৰক]