১৯ নৱেম্বৰ
Jump to navigation
Jump to search
১৯ নৱেম্বৰ (ইংৰাজী: 19 November) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩২৩ তম (অধিবৰ্ষত ৩২৪ তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা ৪২ দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -
ঘটনাৰাজী[সম্পাদনা কৰক]
জন্ম[সম্পাদনা কৰক]
- ১৯১৭ চনৰ আজিৰ দিনটোত প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ জন্ম হৈছিল।[1]
- ১৯২২ চনৰ আজিৰ দিনটোত সংগীতজ্ঞ সলিল চৌধুৰীৰ জন্ম হৈছিল।[1]
মৃত্যু[সম্পাদনা কৰক]
দিৱস[সম্পাদনা কৰক]
তথ্যসূত্ৰ[সম্পাদনা কৰক]
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
![]() |
ৱিকিমিডিয়া কমন্সত ১৯ নৱেম্বৰ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- বিবিচি: এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
- দ্য নিউয়ৰ্ক টাইমচ, এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
|