সমললৈ যাওক

স্বৰণ লতা (কণ্ঠশিল্পী)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
স্বৰণ লতা
ਸ੍ਵਰਨ ਲਤਾ
পৃষ্ঠভূমি
জন্ম নাম স্বৰণ কান্তা
জন্ম ১৯ নৱেম্বৰ, ১৯৩৮ (৮৭ বছৰ)
জাৰ্হানাৱালা, লয়লপুৰ জিলা, ব্ৰিটিছ পঞ্জাব
সংগীতৰ ধৰণ পঞ্জাবৰ লোকসংগীত, দ্বৈত সংগীত
পেচা কণ্ঠশিল্পী
লেবেল এইচ এম ভি

স্বৰণ লতা বা স্বৰণলতা (পঞ্জাবী: ਸਵਰਨ ਲਤਾ, জন্ম: ১৯ নৱেম্বৰ, ১৯৩৮) হ'ল ভাৰতৰ পঞ্জাবৰ এগৰাকী পঞ্জাবী কণ্ঠশিল্পী।[1][2] লাই দে মাহে কালয়ান বাগান ডি মেহন্দি, মুহ বিচ ভাবি দে, নন্দ বুৰকিয়া পাৱে আদি গীতৰ বাবে তেওঁক জনা যায়। হৰচৰণ গাৰেৱাল, কৰমজিত ধুৰি,[3] কৰ্নেইল গিল,[4] মহম্মদ চাদিক, দিদাৰ সন্ধু, গুৰচৰণ পহ্লি, ৰমেশ ৰংগিলা, জগত সিং জগ্গা, দলীপ সিং দীপ[5] আৰু মদেন্দ্ৰ কাপুৰ আদি তেওঁৰ সময়ৰ প্ৰায় সকলোখিনি পঞ্জাবী কণ্ঠশিল্পীৰ সৈতে তেওঁ গাইছিল। তেওঁৰ বেছিভাগ ৰেকৰ্ডিঙেই কৰমজিত ধুৰিৰ সৈতে পোৱা যায় যাৰ সৈতে তেওঁ বেছিভাগ মঞ্চ অনুষ্ঠান পৰিৱেশন কৰিছিল।[1]

পঞ্জাবৰ ৰাজনৈতিক বাতাবৰণৰ বাবে ১৯৮৮ চনত[1] তেওঁ মঞ্চ অনুষ্ঠান কৰিবলৈ এৰি দিয়ে। ধিলৱানত তেওঁ শেষৰটো অনুষ্ঠান কৰিছিল।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]