১৫ ছেপ্টেম্বৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
১০ ১১
১২ ১৩ ১৪ ১৫ ১৬ ১৭ ১৮
১৯ ২০ ২১ ২২ ২৩ ২৪ ২৫
২৬ ২৭ ২৮ ২৯ ৩০  

১৫ ছেপ্টেম্বৰ (ইংৰাজী: 15 September) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৫৮তম (অধিবৰ্ষত ২৫৯তম) দিন। বছৰ শেষ হ'বলৈ ১০৭ দিন বাকী থাকে।

উল্লেখযোগ্য ঘটনা[সম্পাদনা কৰক]

  • ১৮৩০ - আনুষ্ঠানিক ভাৱে ৰে'ল যুগৰ আৰম্ভণিৰ কথা ঘোষণা, জৰ্জ ষ্টিফেনচনে নিৰ্মাণ কৰা ৰকেট নামৰ ইঞ্জিনটোৱে টনা ভাপচালিত ৰে'লগাড়ীৰ চলাচল আৰম্ভ আৰু পথ পৰিবহণৰ ইতিহাসত এটা নতুন যুগৰ সূচনা।
  • ১৯১৬ - প্ৰথম বিশ্বযুদ্ধৰ 'ফ্লেৰ্চ-কৰ্চেলেটৰ যুদ্ধত' যুদ্ধত প্ৰথম বাৰৰ বাবে ব্ৰিটিছ সেনাৰ দ্বাৰা টেংকৰ ব্যৱহাৰ।
  • ১৯৫৯ চনৰ আজিৰ দিনটোতে ভাৰতৰ দিল্লীত পোন প্ৰথমবাৰৰ বাবে টেলিভিছনৰ পৰীক্ষামূলক সম্প্ৰচাৰ আৰম্ভ।
  • ১৯৮৯ - চনৰ আজিৰ দিনটোতে ব্ৰৰছন মেটকাফ নামৰ ধূমকেতু এটাৰ সূৰ্যৰ পৰা ৮৬০ লাখ কিঃমিঃ দূৰত অৱস্থান।
  • ২০০১ - আমেৰিকাৰ ৱৰ্ল্ড ট্ৰেড চেণ্টাৰ ধ্বংসৰ মূল নায়ক ৰূপে অভিযুক্ত ওছামা বিন লাডেন, তালিবান শাসিত আফগানিস্তানত আমেৰিকাই যুদ্ধ ঘোষণা।
  • ২০০৮ - ভাৰতীয় ব্যংগ সংবাদ বা প্ৰহসনমূলক সংবাদৰ ৱেবছাইট ফেকিং নিউজ আৰম্ভ।

জন্ম[সম্পাদনা কৰক]

মৃত্যু[সম্পাদনা কৰক]

  • ১৯০১ - হেৰী কেলডাৰ, দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেটাৰ
  • ২০১৪ - নিকোলাছ ৰ'মানভ, ৰাছিয়াৰ ৰাজকুমাৰ

দিৱস[সম্পাদনা কৰক]

  • অভিযন্তা দিৱস - ভাৰত
  • সঞ্চয়িকা দিৱস
  • গণতন্ত্ৰ দিৱস - ৰাছিয়া
  • আন্তঃৰাষ্ট্ৰীয় গণতন্ত্ৰ দিৱস - আন্তঃৰাষ্ট্ৰীয়
  • বিশ্ব লিম্ফ'মা সজাগতা দিৱস - আন্তঃৰাষ্ট্ৰীয়